শীর্ষ সংবাদ

ভৰ বাৰিষাতো পানী নাই কাজিৰঙাত : বানপানী নাহিলে প্রভাৱান্বিত হ’ব পাৰে কাজিৰঙাৰ বিৰল জৈৱতন্ত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰৰ বাবে ব্ৰহ্মপুত্ৰৰ প্লাৱন অপৰিহাৰ্য ৷ প্ৰতিটো বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে পখালি যায় কাজিৰঙাক ৷ বানপানীয়ে ইয়াৰ জৈৱতন্ত্ৰত...

Read moreDetails

পেকেজিং খোৱাপানীৰ নামত বৰবিহ! শিৱসাগৰত অবৈধ খোৱাপানী উদ্যোগৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

পিয়াহ দূৰ কৰিবলৈ আপুনি বাৰু দোকানৰ পৰা পানী বটল কিনি খায় নেকি? সেই পেকেজিং খোৱাপানীৰ নামত আপুনি বাৰু খাইছে কি?...

Read moreDetails

কোভিডৰ ডেল্টা প্লাছৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত কাপ্পা প্ৰজাতিত আক্ৰান্ত হৈ এজনৰ মৃত্যু

মাৰাত্মক ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছে নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে। দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি...

Read moreDetails

লাভ জেহাদ! প্ৰেমৰ চলনাৰে তামুলপুৰৰ পৰা অপহৰণ কৰি নি বিহাৰত বিক্ৰী কৰা মহিলাসহ শিশুক উদ্ধাৰ

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। প্ৰথমতে মোবাইলত মিছ কল। তাৰ পিছত প্ৰেম। ধুবুৰীৰ এগৰাকী লোকে প্ৰেমৰ চলনাৰে বাক্সা...

Read moreDetails

বিশ্বনাথত আৰক্ষীৰ সন্মুখতে পাকিস্তান জিন্দাবাদ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি, যুৱকক আটক

বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাকযুদ্ধত মিলিত হয় বিশ্বনাথৰে দেবজিৎ দাস নামৰ...

Read moreDetails

হাজোৰ পাখামেলা চ’কত পৰি ৰৈছে এজন ড্ৰাগছ আসক্ত যুৱক; উদ্ধাৰ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, চিৰিঞ্জ

ড্ৰাগছে ছানি ধৰিছে তীৰ্থ নগৰী হাজো। ড্ৰাগছৰ বিৰুদ্ধে হাজোত ধাৰাবাহিক অভিযানৰ মাজতে ন ন কৌশলেৰে হাজোত ড্ৰাগছ সৰবৰাহকাৰীৰ সক্ৰিয়তা পোহৰলৈ...

Read moreDetails

৫ আগষ্টৰ দিনটো ‘কমচাৰী দিৱস’ ঘোষণা, ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি সদৌ অসম আমোলা সন্থাৰ  

অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী ( এতিয়া মুখ্যমন্ত্ৰী) প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৫ আগষ্টৰ মুত্যু দিৱসৰ দিনটো প্ৰতি বছৰে 'কৰ্মচাৰী দিসৱ' ...

Read moreDetails

ধুবুৰীত ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী বিদ্যালয় শিক্ষকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে,...

Read moreDetails

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত শুৱালকুছি; থিতাতে নিহত ট্ৰাকে মহতিয়াই নিয়া বাইক আৰোহীৰ

শুৱালকুছিৰ ৰাজগড়ত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে এজন বাইক আৰোহীক। ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন।...

Read moreDetails

তীব্ৰ খাদ্য সংকটত টীয়কৰ কণ্টেইনমেইন্ট জ’নৰ আৱাসী; কণ্টেইনমেইন্ট জ’ন ভংগ কৰি ওলাই অহাৰ হংকাৰ

ৰাজ্যত নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত ক’ভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। ইয়াৰ পৰা সাৰি যোৱা নাই যোৰহাটৰ টীয়কো। ইতিমধ্যে টীয়কৰ...

Read moreDetails
Page 3286 of 6002 1 … 3,285 3,286 3,287 … 6,002

Stay Connected

Recent News