DMCA.com Protection Status

শীর্ষ সংবাদ

অগপ বিধায়ক উৎপল দত্ত নিৰুদ্দেশ; পোষ্টাৰত কি লিখিলে অজ্ঞাত প্ৰতিবাদকাৰীয়ে?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে এইবাৰ লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্তক লক্ষ্য কৰি লৈছে...

Read more

সুবিধাবাদী চৰিত্ৰৰ বাবেই দল-সংগঠনে উমৈহতীয়া কাৰ্যসূচী ল’ব নোৱাৰে : জীতেন দত্ত

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সন্দৰ্ভত আজি শিৱসাগৰত অনুষ্ঠিত এখন  সভাত অংশ লৈ আলোচনাপন্থী আলফা নেতা জীতেন দত্তই কয় আন্দোলন এনে...

Read more

কাইলৈ আছু-নেছ’ৰ বন্ধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ দিলে দিল্লী পাব্লিক স্কুলে

কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা বন্ধৰ পৰিপ্ৰেক্ষিতত দিল্লী পাব্লিক স্কুলে বিদ্যালয় বন্ধ দিছে। দিল্লী পাব্লিক স্কুল,...

Read more

“অসমীয়া জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে” অৱশেষত মুখ খুলিলে যতীন বৰাই

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অৱশেষত মুখ খুলিলে অভিনেতা যতীন বৰাই। বিধেয়কখনৰ প্ৰসংগত অভিনেতা যতীন বৰাই আজি তেওঁৰ ফেচবুকৰ জৰিয়তে নিজৰ...

Read more

লোকসভাত আজি অমিত শ্বাহে উত্থাপন কৰিব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ উত্থাপন কৰিব। বিধেয়কখন লোকসভাৰ নিয়মীয়া কাৰ্যসূচীৰ মাজতে তালিকাভুক্ত কৰা...

Read more

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা অসম আন্দোলনৰ প্ৰথম চহিদ পৰিয়ালৰ

অসম আন্দোলনৰ প্ৰথম চহিদগৰাকীৰ পৰিয়ালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। প্ৰতি বছৰে অসম আন্দোলনৰ প্ৰথমগৰাকী চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ...

Read more

“কেব”ৰ বিৰোধিতাত ABVP-ৰ পৰা পদত্যাগ অসমৰ ছাত্ৰ-ছাত্ৰীৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত এ বি ভি পিয়ে গুৱাহাটীৰ ৰাজপথত সমদল উলিওৱাৰ এদিন পিছতে বিধেয়কখনৰ বিৰোধিতা কৰি দিল্লীত গেৰুৱা ছাত্ৰ...

Read more

কেব নামানে, প্ৰয়োজন হ’লে সমূহীয়া পদত্যাগ কৰিব মাজুলী জিলা অগপই

ক্ষমতা আৰু মন্ত্ৰীত্বৰ লালসাত খিলঞ্জীয়া বিৰোধী কাৰ্যকলাপত সহযোগ কৰা অগপৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া সকলৰ বিপৰীতে মাজুলী জিলা অগপই কোনোপধ্যেই মানি...

Read more

আন্দোলন কৰিলে জাতিৰ স্বাৰ্থ সুৰক্ষিত নহয়, আন্দোলনকাৰীয়ে সৃষ্টি কৰিছে অশান্তি : সোণোৱাল

সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী হিচাপে ছাত্ৰাৱস্থাৰ পৰা বিদেশী সমস্যাকে ধৰি অসমৰ অন্যান্য জলন্ত সমস্যাৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰি...

Read more

ভাৰতৰ পৰা অনুপ্ৰৱেশ ৰুধিবলৈ বাংলাদেশে অধিক কটকটীয়া কৰিছে সীমান্তৰ পহৰা

এন আৰ চি কেন্দ্ৰিক ভীতিৰ বাবে ভাৰতৰ পৰা কিছুমান লোক সীমান্তইদি বাংলাদেশত প্ৰৱেশ কৰাৰ কেইবাটাও ঘটনাৰ পিছতে দেশখনে ইয়াৰ সীমান্তৰ...

Read more
Page 3368 of 4338 1 3,367 3,368 3,369 4,338

Recent News