DMCA.com Protection Status

শীর্ষ সংবাদ

“জাতি আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই”, আছুৰ নেতৃত্বত শিৱসাগৰবাসীৰ প্ৰতিবাদ

'কেব'ৰ বিৰুদ্ধে আজি সন্ধিয়া শিৱসাগৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰৰ জেষ্ঠ্য নাগৰিক,...

Read more

ৰাইজ ওলাই আহক, “জয় আই অসম” ধ্বনিৰে কেব আদৰণি এ বি ভি পিৰ

নাগৰিকত্ব বিধেয়কবিৰোধী প্ৰতিবাদে অসমত ব্যাপক ৰূপ লোৱাৰ মাজতে শাসক পক্ষৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শনিবাৰে জনাইছে ওলোটা আহ্বান।...

Read more

এ বি ভি পিৰ সমদলক নিৰাপত্তা, কেববিৰোধীক অৱৰোধ কিয়? আৰক্ষীক প্ৰশ্ন পথচাৰীৰ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হৈ অহাৰ সময়তে বিলখনৰ সমৰ্থন কৰি শনিবাৰে গুৱাহাটীত প্ৰতিবাদী সমদল বাহিৰ...

Read more

পৰেশ বৰুৱাৰ আহ্বান : “কেব”ৰ বিৰুদ্ধে অসমৰ দল-সংগঠনবোৰে মাৰবান্ধি আগ বাঢ়ক

আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই সংবাদ মাধ্যমক এটা টেলিফোনিক বিবৃতিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ দল-সংগঠনবোৰক মাৰবান্ধি আগ বাঢ়িবলৈ আহ্বান...

Read more

“আমাক হত্যা কৰা অথবা কেব বাতিল কৰা”, শিৱসাগৰত দুই যুৱকৰ আমৰণ অনশন

'কেব'ক লৈ ৰাজ্যৰ চৌদিশ এতিয়া প্ৰতিবাদ মুখৰ। ৰাজপথলৈ ওলাই আহিছে দল-সংগঠন, ছাত্ৰ সমাজ। ইয়াৰ মাজতে শিৱসাগৰত দুই যুৱকে 'কেব' বিৰোধিতাৰে...

Read more

নিজৰ সমষ্টিতে পহুখেদা মন্ত্ৰী ফণীভূষণক; সাংসদ ৰামেশ্বৰ তেলীক ঘেৰাও নাহৰকটীয়াত

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাত নমতা অগপৰ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক আজি তেওঁৰ সমষ্টিৰ ৰাইজেই পহুখেদা দিয়ে। খেদি যোৱা ৰাইজৰ...

Read more

‘কেব’ৰ আন্দোলন ৰুধিবলৈ চৰকাৰৰ কূটকৌশল; আন্দোলনত শিক্ষাৰ্থীৰ অংশগ্ৰহণ নিষিদ্ধ

'কেব' জ্বলিছে সমগ্ৰ ৰাজ্য। কেন্দ্ৰই জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ মাজতে...

Read more

চৰকাৰৰ নতুন নিৰ্দেশ; RC আৰু DLৰ সৈতে লিংক কৰিব লাগিব মোবাইল নম্বৰ

এতিয়া বাহনৰ নথি পত্ৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট(আৰ চি), ড্ৰাইভিং লাইচেন্স (ডি এল), প্ৰদূষণৰ প্ৰমান পত্ৰকে ধৰি সকলো নথি মোবাইল নম্বৰৰ...

Read more

মৃত্যুৰ পূৰ্বে ধৰ্ষণকাৰীৰ ফাঁচী চাই যাব বিচাৰিছিল উন্নাওৰ ধৰ্ষিতা যুৱতীয়ে

মৃত্যুৰ পূৰ্বে উন্নাওৰ ২৩ বছৰীয়া ধৰ্ষিতা যুৱতীগৰাকীয়ে কৈছিল,’’মই এতিয়াই মৰিব নিবিচাৰো। ধৰ্ষণকাৰীক ফাঁচীত ওলোমোৱা চাই যাব বিচাৰো’। সেয়াই আছিল যুৱতীগৰাকীৰ...

Read more

ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা

আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে আজি পুৱা নিজ বাসগৃহৰ পৰা বৰাক গ্ৰেপ্তাৰ কৰে। ব্লেকমেইলিঙৰ অভিযোগত...

Read more
Page 3369 of 4336 1 3,368 3,369 3,370 4,336

Recent News