DMCA.com Protection Status

শীর্ষ সংবাদ

বঙালী জাতিৰ বিষয়ে দিয়া মন্তব্যৰ বাবে নীলমণি সেন ডেকালৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই বিগত ১৭ নৱেম্বৰত বঙালী জাতিৰ ওপৰত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ডেকালৈ...

Read more

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি

ভাৰতে বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি পাইছে। বৰ্তমান বাংলাদেশে বায়ুপথেৰে দেশখনলৈ পিয়াজৰ ৰপ্তানি...

Read more

WhatsAppৰ নতুন ফিচাৰ্ছ : কোনোবাই আপোনাক গ্ৰুপত এদ কৰাটো কেনেদৰে বন্ধ কৰিব

জনপ্ৰিয় ছ’চিয়েল মেছেজিং এপ হোৱাটছ এপে চলিত বৰ্ষত ব্যৱহাৰকাৰীসকলৰ বাবে ভালেমান নতুন ফিচাৰ্ছ লৈ আহিছে। নতুন ফিচাৰ্ছবোৰৰ ভিতৰত উল্লেখযোগ্য ফিচাৰ্ছ...

Read more

চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এইছ এন এল চিক

মেঘালয়ৰ বিদ্ৰোহী সংগঠন এইচ এন এল চিক কেন্দ্ৰ চৰকাৰে হিংসাত্মক আৰু অন্যান্য কাৰ্য্যকলাপ বৃ্দ্ধিৰ বাবে নিষিদ্ধ ঘোষণা কৰে। কেন্দ্ৰীয় গৃহ...

Read more

“লাভ জিহাদ”: প্ৰতিবাদত উত্তাল শিলাদিত্য দেবৰ গৃহ চহৰ

হিন্দু জাগৰণ মঞ্চই “লাভ জিহাদ”ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে সোমবাৰে উত্তাল কৰি তোলে বিজেপি বিধায়ক শিলাদিত্য দেবৰ গৃহ চহৰ হোজাইৰ...

Read more

এন ডি আৰ এফৰ উদ্ধাৰ অভিযানত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা কামৰূপ(মেট্ৰ’)জিলাৰ ধৰমপুৰ মাজৰ পাহাৰঘাট গাঁৱৰ ১৬ বছৰীয়া যুৱকজনৰ সন্ধানত আজি ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী...

Read more

শিৱসাগৰত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বাওঁ গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে আনিব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গ'ল...

Read more
Page 3428 of 4356 1 3,427 3,428 3,429 4,356

Recent News