২৪ ছেপ্তেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেতা মিলিন্দ চোমনৰ সৈতে কথা বতৰা পাতিব।...
Read moreDetailsকা বিৰোধী ৭০সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলত নথকাৰ সিদ্ধান্ত লৈছে স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে। ৭০’ সংগঠনৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ...
Read moreDetails২০২০ বৰ্ষৰ আৰম্ভণিৰে পৰা সমগ্ৰ বিশ্ব যুঁজ দি আছে মহামাৰী ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে। এই মহামাৰীৰ ফলত হাজাৰ হাজাৰ চিকিৎসকৰ লগতে...
Read moreDetailsকৰ’না ভাইৰাছৰ ওপৰত গৱেষকসকলে নতুন নতুন তথ্য প্ৰকাশ কৰি আহিছে। এক নতুন গৱেষণাক কৰ’না ভাইৰাছ আৰু ডেংগুৰ মাজত সংযোগ বিচাৰি...
Read moreDetailsগোটেই নিশা সংসদৰ গান্ধীমূৰ্তিৰ তলত ধৰ্ণা দিয়ে ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱা ৮গৰাকী সাংসদে। মঙলবাৰে পুৱাও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। কৃষি...
Read moreDetailsকামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী অঞ্চলৰ সাতখন পাছপৰা তথা ভিতৰুৱা গাঁৱৰ বাসিন্দাসকলে অঞ্চলটোত বিজেপি চৰকাৰে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলি...
Read moreDetailsকেঁচু খান্দোতে ওলাইছে সাপ! ড্ৰাগছ তদন্তত পোহৰলৈ আহিছে এটাৰ পাছত আন এটাৰ নাম। নাৰক’টিকছ ব্যুৰোই ইয়াৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তী আৰু...
Read moreDetailsঅপৰাধীৰ এটা দলে অসমৰ পৰা অপহৰণ কৰি নিয়া এগৰাকী কিশোৰীক মেঘালয় আৰক্ষীয়ে পশ্চিম গাৰোপাহাৰ জিলাৰ পৰা উদ্ধাৰ কৰিছে। অসমৰ উজনবাটৰাৰ...
Read moreDetailsপ্ৰথমখন খেলতে বিজয়েৰে এইবাৰৰ আইপিএলৰ অভিযান আৰম্ভ কৰিলে বিৰাট কোহলীৰ নেতৃত্বৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। সোমবাৰে ডুবাইত প্ৰতিযোগিতাৰ তৃতীয়খন মেচত বিৰাট...
Read moreDetailsনিশা পুনৰ এক ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই থৈ গ’ল গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল। সোমবাৰে নিশা ১বাজি ২৮ মিনিট ৩১...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd