কালি আত্মপ্ৰকাশ হোৱা নতুন ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। গুৱাহাটী প্ৰেছ ক্লাৱৰ এক...
Read moreDetailsৰাজ্যৰ বিভিন্ন প্ৰান্তত মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰাহকসকলে বিভিন্ন অভিযোগ উত্থাপনেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। দেশৰ লগতে ৰাজ্যতো অতিমাৰী ক'ৰ'ণাৰ...
Read moreDetailsকলিয়াবৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰ বিজেপি কৰ্মীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা...
Read moreDetailsউত্তৰ পূব সীমান্ত ৰে'লৱেই গ্ৰাহকক ৰেল’ৱেৰ সৈতে উন্নতৰূপত সংযোজিত কৰাৰ অৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰাৰ...
Read moreDetails২০২৪ চন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ক’ৰ’ণাৰ ভেকচিন উপলব্ধ নহয় বিশ্বত! এই দাবী কৰিছে অক্সফোৰ্ডৰ কোভিডশ্বীড ভেকচিনটোৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম...
Read moreDetailsমোগলচৰাই ৰে’লৱে ষ্টেশ্যন, এলাহাবাদ, লক্ষ্মৌ ষ্টেডিয়ামৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নাম সলনি কৰিছে আগ্ৰাৰ মোগল মিজিউয়ামৰ। ‘মোগলসকল...
Read moreDetailsবলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে পুনৰ এবাৰ ছবি নিৰ্মাতা তথা পৰিচালক কৰণ জোহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অভিনেত্ৰী গৰাকীয়ে কৰণক...
Read moreDetailsপৃথিৱীৰ ওচৰত থকা গ্ৰহটো হৈছে ভেনাছ বা শুক্ৰ গ্ৰহ। বিজ্ঞানীসকলে এই শুক্ৰ গ্ৰহতে প্ৰাণীৰ অস্তিত্বৰ ইংগিত লাভ কৰিছে। অৱশ্যে, প্ৰাণীৰ...
Read moreDetailsমহামাৰী ক’ৰ’না ভাইৰাছৰ আৱিৰ্ভাৱৰ পৰা শুনিবলৈ পাই থকা ‘সামাজিক দূৰত্ব’ শব্দটোক লৈ তীব্ৰ চৰ্চা হৈছে ৰাজ্যসভাৰ মজিয়াত। বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয়...
Read moreDetailsকৃষক মুক্তিয়ে শুভেচ্ছা দিলে যদিও নতুন ৰাজনৈতিক দল গঠনত সুখী নহয় সংগঠনটো। বিপৰীতে "আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতো ঐতিহাসিক ভুল" বুলিহে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd