শীর্ষ সংবাদ

বুৰাৰী কাণ্ডৰ পুনৰাবৃত্তি; মধ্যপ্ৰদেশত উদ্ধাৰ একেটা পৰিয়ালৰে পাঁচ সদস্যৰ ওলমি থকা মৃতদেহ

দিল্লীৰ বুৰাৰীৰ শান্ত নগৰত ২০১৮ চনৰ ১ জুলাইত একেটা পৰিয়ালৰে ১১ গৰাকী সদস্যৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাৰ...

Read moreDetails

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন ৰহস্য! ফৰেনছিক ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তুত নতুনকৈ পোহৰলৈ আহিছে আৰু এক ৰহস্য। ফৰেনছিক ৰিপ’ৰ্টত পোৱা তথ্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।...

Read moreDetails

চলিত বৰ্ষৰ শেষৰ পিনে দেশবাসীয়ে লাভ কৰিব কোভিডৰ ভেকচিন: স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধন

সকলো যদি ঠিকে ঠাকে থাকে তেন্তে চলিত বৰ্ষৰ শেষৰ পিনে দেশবাসীয়ে কোভিডৰ ভেকচিন লাভ কৰিব। এই ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী...

Read moreDetails

ধনৰ লোভ! ইণ্ডোনেছিয়াত থকা দূতাৱাসেই গোপনে বিক্ৰী কৰি দিলে পাকিস্তানৰ ৰাষ্ট্ৰদূতে

ধনৰ লোভত পৰি কিমানে যে কি কাম নকৰে! কোনোৱাই চৰকাৰী ধন আত্মসাৎ কৰে,কোনোৱাই খাদ্যত ভেজাল কৰে ইত্যাদি ইত্যাদি। ধনৰ লোভত...

Read moreDetails

জীয়াঢলত দুজন যুৱকৰ পানীত ডুবি মৃত্যু; এজনৰ মৃতদেহ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ জীয়াঢল নৈত শনিবাৰে পানীত ডুবি নিখোজ হোৱা দুজন যুৱকৰ এজনৰ মৃতদেহ দেওবাৰে বৰ্মনগাঁৱৰ ওচৰত নদীত উপঙি থকা অৱস্থাত...

Read moreDetails

চীনৰ চৰ্ত: পূব লাডাখৰ ফিংগাৰ ৪ ৰ পৰা প্ৰথমে সেনা আঁতৰাব লাগিব ভাৰতে

লাডাখ সংকট সন্দৰ্ভত এতিয়াও গলা নাই বৰফ। লাডাখৰ পৰা ভাৰতে চীনক দেশখনৰ সেনা আঁতৰাই নিবলৈ বাৰে বাৰে কৈ আহিছে যদিও...

Read moreDetails

অসম আৰক্ষীৰ মুঠ ৩,৩৩৮লোকৰ কোভিড-১৯পজিটিভ; আক্ৰান্ত ১৩গৰাকী আৰক্ষীৰ মৃত্যু

অসম আৰক্ষীৰ এতিয়ালৈকে মুঠ ৩,৩৩৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে ১৩গৰাকী আৰক্ষীৰ লোকে প্ৰাণ হেৰুৱাইছে।...

Read moreDetails

অসমত ৭০ হাজাৰ অতিক্ৰম ক’ভিড আৰোগ্যৰ, নতুনকৈ মুকলি ৩২৫৯

ক’ভিড আৰোগ্য ব্যক্তিৰ সংখ্যাই দেওবাৰে অসমত ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ৭০,৯০০গৰাকীয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে। দেওবাৰে...

Read moreDetails

কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব ছোনিয়া গান্ধীয়ে

ছোনিয়া গান্ধীয়ে কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব, বাতৰিত প্ৰকাশ। বাতৰি মতে, কংগ্ৰেছৰ সম্পূৰ্ণ নেতৃত্বৰ পুনৰীক্ষণ বিচাৰি  দলৰ কমেও ২৩গৰাকী নেতাই গান্ধীক...

Read moreDetails

অসমত ১২৭২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৮৯ শতাংশলৈ বৃদ্ধি

১২৭২গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৮৯ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা দুদিনত এই হাৰ...

Read moreDetails
Page 3529 of 5272 1 3,528 3,529 3,530 5,272

Stay Connected

Recent News