DMCA.com Protection Status

শীর্ষ সংবাদ

গৌতম ৰয় এ পি এছ চিৰ কেলেংকাৰিৰ মূল নায়ক: তৰুণ গগৈ

‘’গৌতম ৰয় এপিএছচিৰ কেলেংকাৰিৰ মূল নায়ক।‘’ নতুন মন্ত্ৰী আবাসত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শনিবাৰে এক সংবাদমেলত এইদৰে কয়। তেওঁ...

Read more

ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পৰিৱেশ আৰু প্ৰকৃতিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰক-যাদৱ পায়েং

প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি বিভিন্ন আৱৰ্জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আৱৰি পেলাইছে। হোটেল, ধাবা আৰু গেৰেজৰ পৰা ওলোৱা আৱৰ্জনা আৰু...

Read more

আজি গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্ত উদ্যান উদ্বোধন কৰিব। উদ্যানখন প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ...

Read more

শিল্পী-সাহিত্যিক ভৱেন বৰাক ২০১৯ বৰ্ষৰ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বিশিষ্ট শিল্পী, সাহিত্যিক, শিক্ষাবিদ ভৱেন বৰাক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ২০১৯ বৰ্ষৰ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান কৰে। জামুগুৰিহাটৰ...

Read more

বিগত সময়ছোৱাত বিজেপিক জয়ী কৰোৱাত হিমন্তৰ কোনো অৰিহণা নাই : আৰ পি শৰ্মা

আজি বিজেপি একেবাৰে ত্যাগ কৰিব তেজপুৰৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা আৰ পি শৰ্মাই। দুপৰীয়া ১ বজাত দিল্লীস্থিত বিজেপিৰ...

Read more

তামুলপুৰত পুখুৰীত গা ধুবলৈ গৈ দুগৰাকী শিশুৰ সলিল সমাধি

বাগছা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰনগৰ গাঁৱত শুকুৰবাৰে হৰকুমাৰ ৰাজবংশী (১৩) আৰু মৃণ্ময় ৰাজবংশী (১০) নামৰ দুগৰাকী ছাত্ৰৰ পুখুৰীত...

Read more

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ শনিবাৰে পুৱা গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। জানিব পৰা মতে, পুৱা প্ৰায় ৭-৩০ বজাত গুৱাহাটীৰ এপ’লো...

Read more

বাতিল হ’ল ৰাজ্যৰ পোন্ধৰখন বি এড কলেজৰ পঞ্জীয়ন; শিক্ষক-কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া

যোগ্য শিক্ষক আৰু প্ৰয়োজনীয় অন্তঃগাঠনিৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে (এন চি টি ই) ৰাজ্যৰ ১৫ খন শিক্ষক প্ৰশিক্ষণ...

Read more

১৫ দিনৰ সেনাৰ প্ৰশিক্ষণ লৈ কাশ্মীৰৰ পৰা উভতিল মহেন্দ্ৰ সিং ধোনী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে কাশ্মীৰৰ পৰা তেওঁৰ ১৫ দিনীয়া সেনাৰ প্ৰশিক্ষণ লৈ উভতি আহিছে। ধোনীয়ে ৩১...

Read more

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ উৰা মাৰিব। ২০১৪ চনত প্ৰথম বাৰৰ বাবে দেশৰ প্ৰধান...

Read more
Page 3605 of 4345 1 3,604 3,605 3,606 4,345

Recent News