শীর্ষ সংবাদ

১২ ফেব্ৰুৱাৰীৰ ধৰ্মঘটত স্তব্ধ হৈ পৰিব অসম : চৰকৰৰ লুণ্ঠনৰাজ আৰু জনবিৰোধী নীতিৰ বিৰোধিতাৰে এই ধৰ্মঘট

কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ আহ্বানত অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক দেশজোৰা ধৰ্মঘটৰ প্ৰতি অসমৰ বাওঁপন্থী সংগঠনসমূহে পূৰ্ণ...

Read moreDetails

ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিঃ জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ আপেল খেতিয়কসকলৰ মাজত উদ্বিগ্নতা

ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা শেহতীয়া মুক্ত বাণিজ্য চুক্তিয়ে জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ আপেল খেতিয়কসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।...

Read moreDetails

‘ঘূছখোৰ পণ্ডিত’ ছবিৰ শিৰোনাম সলনি কৰিবলৈ মান্তি হ’ল নেটফ্লিক্স

মনোজ বাজপেয়ী অভিনীত আহিবলগীয়া ছবি ঘূছখোৰ পণ্ডিতৰ শিৰোনামক লৈ চলি থকা বিতৰ্কৰ অৱশেষত অন্ত পৰিল। ছবিখনৰ নামক লৈ সৃষ্টি হোৱা...

Read moreDetails

পিএম কেয়াৰ্ছ ফাণ্ডক লৈ সংসদত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব : কেন্দ্ৰৰ স্থিতিত উত্তাল সংসদ

পিএম কেয়াৰ্ছ ফাণ্ডক লৈ সংসদত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে লোৱা স্থিতিৰ পাছতে দেশৰ ৰাজনৈতিক মহলত...

Read moreDetails

গান্ধীৰ বিষয়ে ৰচনা লিখাৰ বাবে ‘ৰেহাই’! ধৰ্ষণকাৰীৰ শাস্তি ১২ বছৰলৈ হ্ৰাস বম্বে উচ্চ ন্যায়ালয়ৰ!

POCSO গোচৰত দোষী সাব্যস্ত হোৱা এজন যুৱকৰ যাৱজ্জীৱন কাৰাদণ্ড ১২ বছৰলৈ হ্ৰাস কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। নিম্ন আদালতৰ দোষী সাব্যস্ত...

Read moreDetails

গুৱাহাটীৰ পানী যোগানৰ বিসংগতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ নাগৰিক ঐক্য মঞ্চ : চিবিআই তদন্তৰ দাবী

মহানগৰীৰ দীৰ্ঘদিনীয়া আৰু যন্ত্ৰণাদায়ক পানী যোগানৰ সমস্যাটোক লৈ আজি পুনৰ সৰৱ হৈ পৰিছে নাগৰিক ঐক্য মঞ্চ। বিগত চাৰি বছৰ ধৰি...

Read moreDetails

উন্নাও ধৰ্ষণ গোচৰ: কুলদীপ চেংগাৰৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উন্নাও ধৰ্ষণ গোচৰৰ অন্যতম দোষী কুলদীপ সিং চেংগাৰৰ বাবে পুনৰ এক বেয়া খবৰ আহি পৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে চেংগাৰৰ জামিন...

Read moreDetails

সাম্প্ৰদায়িক উচটনি! অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পিআইএলৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু চিপিআই (এম)ৰ নেতাসকলে ভাষণ আৰু বিতৰ্কিত ছ’চিয়েল মিডিয়া ভিডিঅ’ৰ জৰিয়তে ঘৃণা উচটনি দিয়াৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী...

Read moreDetails

‘মোৰ হাতত টকা নাই…’ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰি কান্দোনত ভাঙি পৰিল ৰাজপাল!

দিল্লীৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰিছে অভিনেতা ৰাজপাল যাদৱে। কিন্তু আত্মসমৰ্পণৰ পূৰ্বে ৰাজপাল যাদৱে কি বক্তব্য দিছিল জানেনে? তিহাৰ জেলৰ বিষয়াসকলক...

Read moreDetails

শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ অভিযোগ: আদালতৰ কাঠগৰাত মেটা আৰু ইউটিউব

বিশ্বৰ আগশাৰীৰ ছচিয়েল মিডিয়া কোম্পানীসমূহ এইবেলি কেইবাটাও গুৰুতৰ আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰে এক গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি সোমবাৰৰ পৰা লছ...

Read moreDetails
Page 405 of 5934 1 404 405 406 5,934

Stay Connected

Recent News