শীর্ষ সংবাদ

লোকসভাত বিজেপিৰ কোন ক’ত? গুৱাহাটীত নতুন মুখ; যৌন কেলেংকাৰি সত্ত্বেও ৰাজেন গোহাঁইৰ টিকট নিশ্চিত!

লোকসভালৈ আগতীয়াকৈ টঙালি বন্ধা অসম বিজেপিয়ে ৰাজ্যৰ ১৪টা সমষ্টিৰ প্ৰায়কেইটাতে কাক কাক প্ৰাৰ্থিত্ব দিব তাৰ এটা মোটামুটি হিচাপ খাৰা কৰিছে। দলৰ...

Read moreDetails

ৰাহুল গান্ধীৰ আমন্ত্ৰণত দিল্লীলৈ নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আমন্ত্ৰণক্ৰমে নতুন দিল্লীত উপস্থিত হৈছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ।...

Read moreDetails

হিমন্ত বিশ্বৰ বিৰুদ্ধে অভিযোগেৰে ক’লকাতাত ধৰ্ণা বংগৰ মুখ্য মন্ত্ৰী মমতাৰ

সাৰধা কেলেংকাৰিৰ তদন্ত কৰিবলৈ ক’লকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসগৃহত প্ৰৱেশ কৰা চি বি আই বাহিনীৰ বিৰুদ্ধে দেওবাৰে ধৰ্ণা আৰম্ভ...

Read moreDetails

তিনি বছৰ ঘৰৰ লগত যোগাযোগ নাছিল বৰ্ধমান বিস্ফোৰণ কাণ্ডত গ্ৰেপ্তাৰ হোৱা আব্দুল মতিনৰ

২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে যোৱা ৩০ জানুৱাৰিত কেৰালাত গ্ৰেপ্তাৰ কৰা অসমৰ যুৱক আব্দুল...

Read moreDetails

ভাৰতত আছে “নিপল” আৰু “বাটন”: এমেৰিকান ৰাষ্ট্ৰপতি ত্ৰাম্প

কিছুদিন পূৰ্বে নেপালক “নিপল” আৰু ভুটানক “বাটন” বোলা এমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ত্ৰাম্পৰ মতে চুবুৰীয়া দেশ দুখন ভাৰতৰে অংশ! বিভিন্ন বিভ্ৰান্তিকৰ...

Read moreDetails

শংকৰ সংঘৰ মৰিগাওঁ অধিৱেশনলৈ নাহে প্ৰধান মন্ত্ৰী মোদী, নিশ্চিত খবৰ দিলে মন্ত্ৰী হিমন্তই

বহু জল্পনা-কল্পনা চলি থকাৰ মাজতে অহা ৮৮ সংখ্যক শংকৰ সংঘৰ অধিৱেশনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ নকৰাৰ নিশ্চিত বাতৰি আহিছে।...

Read moreDetails

ৰঙিয়াৰ মৰাণজানাত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল দুজনৰ

ৰঙিয়াৰ ওচৰত ৩১ নং ঘাইপথৰ মৰাণজানাত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক। ঘটনাটো দেখা পোৱা লোকৰ...

Read moreDetails

ৰিলায়েন্স ট্রেণ্ডছত অপ্ৰীতিকৰ পৰিস্থিতি : অপদস্থ কৰ্মচাৰীৰ ভৰিত ধৰি ক্ষমা খোজালে মেনেজাৰক

গুৱাহাটীৰ লাচিত নগৰস্থিত ৰিলায়েন্স ট্রেণ্ডছ নামৰ শ্বপিং মলটোত কৰ্মৰত এজন কৰ্মচাৰীক ইয়াৰ ষ্ট’ৰ ৰূমৰ মেনেজাৰে দুৰ্ব্যৱহাৰ কৰাক লৈ আজি শ্ব’...

Read moreDetails

কাইলৈৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয়ত ওলমিব তলা

কাইলৈ অৰ্থ্যাৎ ৪ ফেব্ৰুৱাৰিৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয় অচল হৈ পৰিব। কিয়নো কাইলৈ ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত তলা...

Read moreDetails

মহানগৰীৰ সাতগাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা

গুৱাহাটীৰ সাতগাঁও অঞ্চলত দেওবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি...

Read moreDetails
Page 4856 of 5269 1 4,855 4,856 4,857 5,269

Stay Connected

Recent News