শীর্ষ সংবাদ

প্ৰতিবাদত উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰী! উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে আজি মিলিত হ’ব বৈঠকত

'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬', বিজেপিৰ বাবে এতিয়া হেঙাৰ হৈ থিয় দিয়া উত্তৰ-পূবৰ প্ৰতিবাদক কিদৰে নিয়ন্ত্ৰন কৰিব পৰা যাব সেই উদ্দেশ্য...

Read moreDetails

ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ : হিমন্ত বিশ্বক আগচি ধৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগচি ধৰাৰ চেষ্টা চলায়। ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি...

Read moreDetails

অসমৰ সমস্যা বাংলাদেশী নহয়, অসমৰ সমস্যা অসমৰ নেতা : হাজৰিকা

চৰকাৰৰ বিধায়ক মন্ত্ৰীসকলক জাগ্ৰত কৰাৰ প্ৰয়াসেৰে বহস্পতিবাৰে ক’লা বস্ত্ৰ পৰিধান কৰি এক সংবাদমেল সম্বোধন কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু...

Read moreDetails

অসমক দ্বিতীয় কাশ্মীৰ অথবা ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব : হাতত জোঁৰ লৈ সমুজ্জ্বলৰ হুংকাৰ

‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা...

Read moreDetails

দিল্লীত ছাউনি ৰণচণ্ডী অগপৰ, ধাৱমান উত্তৰ-পূবৰ সকলো সেনাপতি

ৰাজ্যসভাত গেৰুৱা দলৰ বিৰুদ্ধে নাগৰিকত্ব বিধেয়কৰ ৰণত বিৰোধীৰ সমৰ্থন গোতোৱাৰ বাবে নতুন দিল্লীৰ ছাউনিত টঙালি বান্ধি গোট খাইছে অগপৰ সকলো...

Read moreDetails

আছুৰ ওপৰত আক্ৰমণ চলোৱা বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় গ্ৰহণ কৰা নাই ব্যৱস্থা?

‘‘তিনিচুকীয়াৰ কালি সংঘটিত হৈ যোৱা ঘটনাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে কালিয়েই আৰক্ষী মহা পৰিদৰ্শকৰ তদন্তৰ নিৰ্দেশনা দিছে। তাৰ পাছতেই তিনিচুকীয়া আৰক্ষীয়ে...

Read moreDetails

বিজেপিয়ে সংযম ৰক্ষা নকৰাৰ বাবেহে সংঘটিত হৈছে নলবাৰী-তিনিচুকীয়াৰ ঘটনা : মহন্ত

তিনিচুকীয়াৰ ঘটনাক নলবাৰীৰ ঘটনাৰ ‘কাউন্টাৰ প্ৰডাক্ট’ বুলি উল্লেখ কৰি ইয়াৰ বাবে চৰকাৰক সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনাইছে প্ৰাক্তন মুখ্য...

Read moreDetails

জুই বিচাৰি হাহাকাৰ গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ!

আচৰিত নহ’ব। বৃহস্পতিবাৰে গোলাঘাট নগৰত সঁচাকৈয়ে জুই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল। এক ভুৱা...

Read moreDetails

শিৱসাগৰত বিধেয়কৰ সমৰ্থনত আয়োজন কৰা সভাত ক’লা পতাকা দেখুৱাই আটক হ’ল লাচিত সেনাৰ সদস্য

শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত সচেতন নাগৰিক মঞ্চৰ আহ্বানত আজি আয়োজন কৰা এখন সভাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা। আলোচনা...

Read moreDetails

কোনো বহি থকা নাই : বিধেয়কৰ বিৰুদ্ধে এইবাৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ -২০১৬ ৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ  চাৰিঙত জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত চাৰিংবাসীৰ সহযোগত এটি প্ৰতিবাদী সমদল ...

Read moreDetails
Page 4861 of 5269 1 4,860 4,861 4,862 5,269

Stay Connected

Recent News