শীর্ষ সংবাদ

বাংলাদেশী মুছলমান সংগঠনে হিন্দুসকলক বাহিৰ কৰি অসমক এখন মুছলিম প্ৰধান ৰাজ্য বনোৱাৰ চেষ্টা কৰি আছে : শিলাদিত্য দেব

‘‘বাংলাদেশী মুছলমান সংগঠনে অসমৰ পৰা হিন্দুসকলক বাহিৰ কৰি অসমখনক এখন মুছলিম প্ৰধান ৰাজ্য বনোৱাৰ চেষ্টা কৰি আছে।‘’ শুকুৰবাৰে দিছপুৰ প্ৰেছ...

Read moreDetails

অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ জংগী গণতান্ত্ৰিক গণ সংগ্ৰামৰ বিকল্প নাই : জীতেন দত্ত

‘’জাতি মাটি ভেটিৰ কথা কৈ শাসনত অধিষ্ঠত হোৱা বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন সমৰ্থন কৰি অসমীয়া জাতিক চূড়ান্ত বিশ্বাসঘাতকতা...

Read moreDetails

মৃত্যুভয়ত কম্পমান বিজেপিৰ শিলাদিত্য; আৱাসত কঠোৰ নিৰাপত্তা, সাংবাদিকৰো নিষেধ প্ৰৱেশ

অসমৰ খিলঞ্জীয়া ৰাইজৰ জনমতৰ বিপৰীত মন্তব্য কৰি ব্যাপক জনৰোষৰ লগতে শেহতীয়াকৈ আলফা নেতাৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পিছত মৃত্যুভয়ত কঁপিছে বিজেপি...

Read moreDetails

আৰু ‘ডি ভোটাৰ’ৰ জাননী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত; নাগৰিকত্ব প্ৰমাণ হোৱাসকলৰ নামৰ পৰা ‘ডি’ আঁতৰোৱাৰ নিৰ্দেশ

ৰাজ্যখনত বহুতৰে বাবে এক প্ৰকাৰৰ আতংকৰ কাৰণ হৈ পৰা ডি ভোটাৰ বা সন্দেহজনক ভোটাৰৰ বিষয়টোৱে নতুন মোৰ লাভ কৰিছে। আজি...

Read moreDetails

অসমত পুনৰ সেনা অভিযান চলিলে দায়ী হ’ব বিজেপি চৰকাৰ: উপমন্যু হাজৰিকা

অসমৰ বহু যুৱক শেহতীয়াকৈ আলফা (স্বাঃ)মুখী হোৱা বুলি দাবী কৰি ৰাজ্যত পুনৰ সেনা অভিযান চলিলে তাৰ বাবে শাসনাধিষ্ঠ বিজেপি চৰকাৰেই...

Read moreDetails

চৰকাৰে আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ‘আমি’ পদত্যাগ কৰিম : শিলাদিত্য দেব

“চৰকাৰে আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি পদত্যাগ কৰিম।” আজি নিজৰ চৰকাৰকে এই ভাবুকি দিলে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যই।...

Read moreDetails

মাদ্ৰাছা-বাংলা বিদ্যালয়ত ‘চলাওক অসমীয়া’, ভাষা ৰক্ষাৰ যুঁজত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মাদ্ৰাছা আৰু বাংলা বিদ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসম নামৰ নৱ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ মৌনতাত অতিষ্ঠ : বিজেপিৰ পৰা পদত্যাগ এ পি ডি চি এলৰ সঞ্চালক নিৰ্মল নুনিছাৰ

খিলঞ্জীয়াৰ মতৰ বিৰুদ্ধে চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কেই ৰাজ্যিক বিজেপিৰ বাবে কাল হ’বলৈ গৈ আছে। আজি দলটোৰ এজন গুৰুত্বপূৰ্ণ নেতাই...

Read moreDetails

সিদ্ধান্ত: অসমৰ জাতীয় সংগঠনসমূহে অনুমতি নিদিলে সমাৱেশ নাপাতে বাঙালী সংগঠনে

চৰকাৰৰ অনুমোদন নহয়, অসমৰ জাতীয় সংগঠনসমূহৰ অনুমতি মৰ্মেহে নিশ্চিত হ’ব ২৬টা বাঙালী সংগঠনে আহ্বান কৰা সমাৱেশ। বাঙালী সংগঠনকেইটাৰ ঐক্যমঞ্চ চি...

Read moreDetails

ভৰি নিদিব বিজেপিৰ ‘চক্ৰান্ত’ত, বাঙালী সংগঠনক আহ্বান চি পি আই-এমৰ

নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰিবলৈ গৈ বিজেপিৰ “চক্ৰান্ত”ত ভৰি দি অসমীয়া আৰু বাংলাভাষীৰ মাজত বিদ্বেষ সৃষ্টি নকৰিবলৈ ৰাজ্যৰ বাঙালী সংগঠনসমূহক আহ্বান...

Read moreDetails
Page 4966 of 5270 1 4,965 4,966 4,967 5,270

Stay Connected

Recent News