শীর্ষ সংবাদ

অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া চলচ্চিত্ৰ আৰু অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী শিল্পী গুণ মহন্ত...

Read moreDetails

শ্ৰীনগৰৰ হোটেলত সংঘটিত ঘটনাত দোষী সাৱ্যস্ত মেজৰ লিটুল গগৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সেনাৰ

অসমৰ নামৰূপত জন্মগ্ৰহণ কৰা তথা ৫৩ ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ লিটুল গগৈক সেনা অনুসন্ধান আদালতে দোষী সাব্যস্ত কৰি সোমবাৰে শাস্তিমূলক ব্যৱস্থা...

Read moreDetails

গুৱাহাটীৰ চিৰিয়াখানাৰ বিশাল ভূমি বনিয়াক গতোৱাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ!

দেশৰে অন্যতম বৃহৎ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশাল সেউজ ভূমি বিলাসী হোটেল খোলাৰ বাবে বনিয়াৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে...

Read moreDetails

এছিয়ান গেইমছত গোটেই দেশক উজলোৱা হিমাৰ গৌৰৱিত গাঁওবাসীয়ে আতচবাজীৰে পালন কৰিলে আনন্দোৎসৱ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছত অসম গৌৰৱ হিমা দাসে আজি মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগে...

Read moreDetails

৯ লাখ শিশু-মহিলাক ক’ত লুকুৱাইছে মন্ত্ৰী প্ৰমীলা ৰাণীয়ে?

কেন্দ্ৰীয় নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়ে অসমৰ অংগনৱাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশু, মহিলা থকা বুলি সদৰী কৰা...

Read moreDetails

অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

আপুনি ঠিকেই পঢ়িছে, অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা! বাস্তৱত নথকা এই বৃহৎ সংখ্যক শিশু-মহিলাই অসমৰ অংগনৱাড়ী কেন্দ্ৰত প্ৰতিদিনে...

Read moreDetails

চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত : ৰে’ল চলাচল ব্যাহত

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত এখন মালবাহী ৰে’ল আজি দিনৰ ১১-২০ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয়। লামডিঙৰ পৰা...

Read moreDetails

এছিয়ান গেইমছ ভিলেইজত হিমাৰ পৰা নমুনা সংগ্ৰহ কৰিলে এণ্টি ড’পিং দলে : ৰিজাল্টৰ অপেক্ষাত

ইণ্ডোনেছিয়াত চলি থকা এছিয়া গেইমছৰ ট্ৰেকত গোটেই ভাৰতৰ আশা আৰু ভৰসা হিমা দাসক লৈ অসমৰ সকলো ৰাইজ উৎকণ্ঠিত হৈ থকাৰ...

Read moreDetails

মাজুলীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ জীৱন গাথা; দুটা বিকল কিডনী লৈ অসহায় হৈ পৰিছে দুটি সন্তানৰ পিতৃ

নামনি মাজুলীৰ পহুমৰা গাঁৱৰ অনিল হাজৰিকাৰ পুত্ৰ তথা দুটি সন্তানৰ পিতৃ ৰাতুল হাজৰিকাৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। পিতৃৰ এই...

Read moreDetails

জাকাৰ্টাত হিমাক অনুপ্ৰেৰণা যোগাবলৈ যোৱাৰ হেপাঁহ সত্বেও অৰ্থৰ অভাৱত বঞ্চিত অৰ্জুন ভোগেশ্বৰ বৰুৱা

ভাৰতবাসীৰ আশা স্বৰ্ণ ৰাণী হিমা দাসে শনিবাৰ অৰ্থাৎ কাইলৈ এছিয়ান গেইমছৰ ৪০০ মিটাৰ ব্যক্তিগত দৌৰত অংশ লোৱা দেখা যাব। সেয়ে...

Read moreDetails
Page 5001 of 5276 1 5,000 5,001 5,002 5,276

Stay Connected

Recent News