• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছিয়ান গেইমছত গোটেই দেশক উজলোৱা হিমাৰ গৌৰৱিত গাঁওবাসীয়ে আতচবাজীৰে পালন কৰিলে আনন্দোৎসৱ

মিণ্টু দাস by মিণ্টু দাস
August 26, 2018 10:08 pm
380c7821-b594-4eb8-8162-dc72495f71c4
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছত অসম গৌৰৱ হিমা দাসে আজি মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে হিমাৰ গৃহ ভূমি ধিঙতো আনন্দ উল্লাসৰ বন্যা বয়।

আজি বিয়লি অনুষ্ঠিত ফাইনেল খেলত হিমাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও পুনৰ নিজৰ ব্যক্তিগত ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি ৫০.৭৯ ছেকেণ্ডতে দৌৰ সামৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Apply Now

প্ৰজেক্টৰ লগাই আজি হিমাৰ চোতালত খেল উপভোগ কৰিলে অঞ্চলবাসীয়ে। হিমাৰ সফলতাৰ পিছতে সকলোৱে আনন্দতে নাছি-বাগি উঠাৰ লগতে আতচবাজীৰে উদযাপন কৰিলে যেন আৱতৰীয়া দীপাৱলী। হিমাই সোণৰ পদক লাভ নকৰিলেও অকণো আক্ষেপ নাই তেওঁৰ পিতৃ-মাতৃৰ লগতে ধিংবাসী ৰাইজৰ।

হিমাৰ সফলতাত উৎফুল্লিত দেউতাক ৰঞ্জিত দাসে কয়, ‘হিমা যিহেতু অত্যন্ত দৃঢ় বিশ্বাসী, সেয়ে তাইৰ কথা মতেই কাম। হিমাই কেতিয়াও পদক লাভৰ আশাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। হিমাই দৌৰে সদায়ে টাইমিঙৰ পিছতহে। হিমাৰ সফলতাত আমি অত্যন্ত সুখী’। ইফালে মাতৃ জোনালী দাসেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজিৰ ফলাফলক লৈও মই যথেষ্ট আনন্দিত হৈছো।

স্মৰ্তব্য যে, ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ বিপৰীতে ছেমিফাইনেলত পোনপটীয়াকৈ অংশ লৈ পূৰ্বৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভঙাৰ পিছত উচাহ-আনন্দই পাৰ ভাঙিছিল জন্মভূমি ধিঙত।

উল্লেখ্য যে হিমাৰ পিতৃ-মাতৃয়ে হিমাক এনেদৰেই সকলোকে মৰম আৰু আশীৰ্বাদ কৰিব যাবলৈ আহ্বান জনায়। অন্যহাতেদি হিমায়ো পুৱা পিতৃ-মাতৃলৈ ফোন কৰি তেওঁ বৰদৈচিলাৰ দৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলিও কৈছিল। অৱশেষত হিমাই নিজৰ প্ৰতিশ্ৰুতি ৰাখি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd