শীর্ষ সংবাদ

আজিৰে পৰা অসমতো ইছলাম ধৰ্মাৱলম্বীসকলে পালন কৰিব পৱিত্ৰ ৰমজানৰ ৰোজা

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ইছলাম ধৰ্মীৱলম্বী লোকসকলে বৃহস্পতিবাৰৰ পৰা ৰমজানৰ ৰোজা পালন কৰিব। বুধবাৰে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যজুৰি সন্ধিয়াৰ...

Read more

ধুবুৰীত পথ দুৰ্ঘটনাত নিহত এগৰাকী স্কুলীয়া ছাত্ৰী, আহত আন দুগৰাকী

ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ছাগলীয়া গাওঁ পঞ্চায়তৰ কাষত বুধবাৰে ৰাতিপুৱা এখন ই-ৰিক্সাৰে আহি...

Read more

অসহায় কৃষক : নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত পুনৰ লক্ষাধিক টকা মূল্যৰ গৰুচুৰি

নগাঁও জিলাৰ বেবেজীয়াৰ আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআটিত মঙলবাৰে নিশা পুনৰ সংঘটিত হয় আন এক গৰু চুৰিৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি,...

Read more

দুমাহ ধৰি দৰমহা নাই পৰিবহণ নিগমৰ কৰ্মচাৰীৰ : বাছৰ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি

অসম ৰাজ্যিক পৰিবহণ নিগমে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱৰাৰ বাবে বুধবাৰে নিগমৰ কাৰ্যালয়ত প্ৰতিবাদ সাৱ্যস্ত কৰে কৰ্মচাৰীসকলে। বিগত দুমাহ ধৰি...

Read more

ৰণনীতিৰ সন্ধান : শুকুৰবাৰৰ পৰা নলবাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অহা ১৮, ১৯ মে’ত দুদিনীয়াকৈ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত...

Read more

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী ঘোষিত ব্যক্তিৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ হাজেলাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ লগতে দ্বিতীয়খন খচৰা প্ৰকাশৰ দিনো চমু চাপি আহিছে। অহা ৩০ জুনত নাগৰিকপঞ্জীৰ...

Read more

ডনবস্ক’ৰ ভূমি কেলেংকাৰি : এইবাৰ মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক বচাবৰ বাবেই অদৃশ্য শক্তিৰ হেঁচাত হৰিশংকৰ ব্ৰহ্মই এৰাই চলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বৃহৎ ভূমি কেলেংকাৰি।...

Read more

অসমীয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে আমি ৰাইজৰ পক্ষ ল’ম : অনুপ চেতিয়া

''ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আমাৰ লগত আলোচনা কৰাৰ পোষকতা কৰিছে যদিও চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰি অসমীয়া ৰাইজৰ...

Read more

লজ্জানত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ, উপ পঞ্জীয়কৰ ঘৰতে উদ্ধাৰ কন্যা শিশু শ্ৰমিক

ডিব্ৰুগড় বিশ্ববিদ্যালয় ( Dibrugarh University )ৰ চৌহদত উপ পঞ্জীয়কৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী কন্যা শিশু শ্ৰমিক। উপ পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ...

Read more

নীৰৱ ঘাতক : গুৱাহাটীত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালনৰ প্ৰস্তুতি

‘উচ্চ ৰক্তচাপ হৈছে একপ্ৰকাৰ নীৰৱ ঘাতক। জাত-পাত, লিংগ, ভৌগলিক অৱস্থান নিৰ্বিশেষে যিকোনো মানুহকে ই ক্ৰিয়া কৰিব পাৰে’। বুধবাৰে গুৱাহাটী প্ৰেছ...

Read more
Page 5028 of 5179 1 5,027 5,028 5,029 5,179

Recent News