শীর্ষ সংবাদ

কোকৰাঝাৰত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন

শুকুৰবাৰে নিশা কোকৰাঝাৰৰ বড়োলেণ্ড কালচাৰেল কমপ্লেক্সত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত জনসম্পৰ্কৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত সম্বন্ধ উন্নত কৰাৰ লক্ষ্যৰে এক...

Read more

বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ অৱস্থা টংলাৰ বাসিন্দাসকলৰ

ওদালগুৰি জিলাৰ টংলা চহৰৰ বিভিন্ন অঞ্চলত খোৱা পানীত অত্যধিক মাত্ৰাত পোৱা বিষাক্ত ফ্ল’ৰাইড উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশেষকৈ চহৰখনৰ ৩...

Read more

ত্ৰিপুৰাৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত চাৰিলাম সমষ্টিৰ উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়ে চিপিএমে

ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাওঁপন্থীসকল শংকিত হৈ পৰিছে। ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ...

Read more

তিনিচুকীয়াত অগপক মিত্ৰজোঁট ত্যাগৰ পৰামৰ্শ নাগৰিক সভাৰ

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’খন উত্থাপিত হোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তিনিচুকীয়াত...

Read more

অসম-মিজোৰাম সীমান্তত চৰম উত্তেজনা : অসম আৰক্ষীৰ লাঠীচালনাত আহত মহিলা মিজো সাংবাদিক

বিবদমান অসম-মিজোৰাম সীমান্তৰ বাইৰাবি চহৰৰ ওচৰৰ জফাই খেতিপথাৰত আজি শনিবাৰে অসম আৰক্ষীৰ গুলীচালনাত মিজো ছাত্ৰ সংস্থাৰ দুজন নেতাৰ দেহত গুলী...

Read more

‘সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসা’ হৈছে অসম-মিজোৰামৰ সীমা বিবাদ : অসমৰ মুখ্য মন্ত্ৰী

অসমৰ হাইলাকান্দিৰ মিজোৰাম সীমান্তৱৰ্তী বিবদমান এলেকাৰ ভূমি বিবাদ সমাধান হৈছে বুলি অসমৰ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে বিবৃতি জাৰি কৰিছে। বিবৃতিটোত কোৱা...

Read more

অসমৰ পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত ব্যাপক সালসলনি

কয়লা কেলেংকাৰীত অসমৰ পৰিবহণ বিভাগ সাঙোৰ খাই পৰাৰ পৰতে ৰাজ্যৰ পৰিবহণৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত আজি শনিবাৰে...

Read more

অসম-মিজোৰাম সীমান্তত চূড়ান্ত উত্তেজনা : অসম আৰক্ষীৰ গুলী-লাঠীত আহত মিজো ছাত্ৰ নেতা, মহিলা সাংবাদিক

বিবদমান অসম-মিজোৰাম সীমান্তৰ বাইৰাবি চহৰৰ ওচৰৰ জফাই খেতিপথাৰত আজি শনিবাৰে অসম আৰক্ষীৰ গুলীচালনাত মিজো ছাত্ৰ সংস্থাৰ দুজন নেতাৰ দেহত গুলী...

Read more

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ প্ৰথম কেবিনে’টৰ সিদ্ধান্ত : সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ বাবে সমিতি গঠন, সাংবাদিক হত্যাৰ তদন্ত চিবিআইক

শনিবাৰে ত্ৰিপুৰাৰ নতুন চৰকাৰৰ দপ্তৰ বিতৰণৰ পাছতে মুখ্যমন্ত্ৰী বিপ্লব দেবৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনে’ট বৈঠকত লোৱা হৈছে তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...

Read more

অসম, মেঘালয় ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বাংলাদেশী মুক্তিযোদ্ধা তথা ৰাষ্ট্ৰপতি মঃ আব্দুল হামিদ

অসম আৰু মেঘালয়ৰ তিনিদিনীয়া ভ্ৰমণ সামৰি আজি শনিবাৰে আবেলি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিলে...

Read more
Page 5068 of 5137 1 5,067 5,068 5,069 5,137

Recent News