শীর্ষ সংবাদ

ইৰাণত আক্ৰমণ সময়ৰ অপেক্ষা? অত্যাধুনিক এফ-৩৫ আৰু এফ-২২ যুঁজাৰু বিমান মোতায়েন আমেৰিকাৰ!

আমেৰিকাই যিকোনো মুহূৰ্ততে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা ল’ব পাৰে - এনে ইংগিত অধিক গভীৰ হৈ আহিছে। কাৰণ বিভিন্ন মহলে দাবী...

Read moreDetails

৬ বছৰীয়া অপেক্ষাৰ অন্তত উচ্চতম ন্যায়ালয়ত ‘কা’ৰ ভাগ্য নিৰ্ণয়: মে’ মাহত একেলগে ২৪৩খন আবেদনৰ শুনানি

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ চিএএ আৰু ইয়াৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনসমূহৰ চূড়ান্ত শুনানিৰ দিন...

Read moreDetails

৪টা উইকেট, ৪টা কেচ, শ্বামাৰ জোচেফৰ অভিলেখ; জয়েৰে গ্ৰুপ পৰ্যায় সমাপ্ত ৱেষ্ট ইণ্ডিজৰ

সোমবাৰে ইডেন গাৰ্ডেনত ইংলেণ্ডৰ ২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইটালীয়ে ১৭৮ ৰান সংগ্ৰহ কৰিছিল। আজি একেখন খেলপথাৰতে ৱেষ্ট ইণ্ডিজে প্ৰথমে...

Read moreDetails

লক্ষ্ণৌ বিশ্ববিদ্যালয়ত মোহন ভাগৱতৰ ভ্ৰমণক লৈ উত্তাল প্ৰতিবাদ, শিক্ষাৰ্থীক ৰখাই আহুকালৰ সৃষ্টি কৰিলে নিৰাপত্তাৰক্ষীয়ে

লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ শেহতীয়া ভ্ৰমণক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বুধবাৰে আয়োজিত এক...

Read moreDetails

টেক্সাছত হনুমান মূৰ্তি প্ৰতিষ্ঠাক লৈ বিতৰ্ক: তৃতীয় বিশ্বৰ আক্ৰমণ আখ্যা

আমেৰিকাৰ টেক্সাছত স্থাপন কৰা ভগৱান হনুমানৰ এটা বিশাল মূৰ্তিক কেন্দ্ৰ কৰি বৰ্তমান এক তীব্ৰ ৰাজনৈতিক আৰু সামাজিক বিতৰ্কৰ সৃষ্টি হৈছে।...

Read moreDetails

নিযুত মইনা, বিনামূলীয়া চাইকেলৰ পিছতো কিয় বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে? আৰ টি আইৰ তথ্যই উদঙালে ভয়ংকৰ ছবি

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত লাভ কৰা এক তথ্যৰ পিছতে তিনিচুকীয়া জিলাত বিদ্যালয় আধাতে এৰা আৰু পৰীক্ষাত অনুপস্থিত থকা...

Read moreDetails

‘নিৰ্বাচনৰ ঠিক আগতেই নগদ ধন দিয়া আঁচনি কিয়?’ হিতাধিকাৰী আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া উপহাৰ সংস্কৃতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰে।...

Read moreDetails

চমন দি দি হায়ৰাণ বলৱৎকৰণ সঞ্চালকালয়! ধন সৰবৰাহৰ গোচৰত অনিল আম্বানীলৈ পুনৰ চমন

ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা এক গুৰুতৰ গোচৰৰ সন্দৰ্ভত পুনৰ বলৱৎকৰণ সঞ্চালকালয়ৰ জেৰাৰ সন্মুখীন হৈছে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ...

Read moreDetails

মালবাহী বাহনত যাত্ৰা কৰা লোকৰ মৃত্যু হ’লে বীমা কোম্পানীয়ে দিব লাগিব ক্ষতিপূৰণ: উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মালবাহী বাহনত যাত্ৰা কৰি দুৰ্ঘটনাত পতিত হোৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। দেশৰ সৰ্বোচ্চ...

Read moreDetails

ডিমা হাছাও বিভাজনৰ প্ৰস্তাৱক লৈ তীব্ৰ ক্ষোভ! চৰকাৰক ৭২ ঘণ্টাৰ ‘আল্টিমেটাম’ সদৌ ডিমাছা ছাত্ৰ সন্থাৰ

পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে...

Read moreDetails
Page 511 of 6057 1 … 510 511 512 … 6,057

Stay Connected

Recent News