শীর্ষ সংবাদ

দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ লেনদেনত অনিয়ম : নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়াক নিলম্বন

নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়া  তবজুল হুছেইনক নিলম্বন কৰা হৈছে। দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ বিলৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড ...

Read moreDetails

যোৰহাটত বিস্ফোৰণ; চাৰিগৰাকী লোক আহত

যোৰহাটত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এটা বিস্ফোৰণত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হয়। যোৰহাটৰ পুৰণা মেক্স মাৰ্ট বিল্ডিঙৰ ওচৰৰ ৰাজা ময়দান...

Read moreDetails

সত্ৰাধিকাৰৰ যৌন কেলেংকাৰি : অভিযুক্ত “সত্ৰাধিকাৰ”ক চৰিত্ৰহীন আখ্যা কমলাবাৰী সত্ৰৰ

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ যৌন কেলেংকাৰিৰ বিতৰ্কৰ পিছতে ৰাজ্যত ছ’চিয়েল মিডিয়া কঁপাই আছে অসম চৰকাৰৰে সাংস্কৃতিক বিভাগৰ অধীনত প্ৰশিক্ষক হিচাপে কৰ্মৰত...

Read moreDetails

ৰে’ল বিভাগৰ চমক : প্লাষ্টিক বটলৰ পৰা বনোৱা হৈছে টী-শ্বাৰ্ট, টুপী

ৰে’লৱে ষ্টশ্যন আৰু ৰে’লৰ ডবাত খালী হৈ পৰি থকা প্লাষ্টিকৰ বটলসমূহ গতি লগাবলৈ তৎপৰ হৈ পৰিছে ৰে’ল বিভাগ। ৰে’লৱেই পানীৰ...

Read moreDetails

অসমৰ বানাক্ৰান্ত জনতালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৫,০০,০০০ টকাৰ সাহায্য

দশকটোৰ ভিতৰত ভয়াবহ বানত ককবকাই খকা ৰাজ্যবাসীক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই আজি গুৱাহাটী...

Read moreDetails

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ সফলতাৰে আয়োজনৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটীত অহা বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ কৃতকাৰ্যতাৰে অনুষ্ঠিত কৰাৰ দিশত ৰাজ্য প্ৰশাসন তথা ক্ৰীড়া...

Read moreDetails

বান, এন আৰ চি হ’ব প্ৰধান বিষয়; বিধান সভা অধিৱেশনলৈ টঙালি শাসক-বিৰোধীৰ

সমগ্ৰ অসমজুৰি হোৱা বান আৰু সংবেদনশীল এন আৰ চি হ’ব শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ...

Read moreDetails

বানাক্ৰান্তৰ বাবে দিল্লীৰ পৰা বিশেষ পেকেজ দাবী আছুৰ

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী পুনৰ উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাই (আছু) বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ...

Read moreDetails

শুকুৰবাৰৰ পৰা পুনৰ অব্যাহত থাকিব ইণ্টাৰচিটি যাত্ৰীবাহী ৰে’ল সেৱা : এন এফ আৰ

প্রবল বৰষুণৰ ফলত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বাতিল কৰা ইণ্টাৰচিটি এক্সপ্ৰেছৰ সেৱা পুনৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বুলি উত্তৰ-পূৱ সীমান্ত...

Read moreDetails

সোৱণশিৰি নদীবান্ধ: কেন্দ্ৰক কঠোৰ সমালোচনা ন্যায়াধিকৰণৰ, বিশেষজ্ঞ সমিতিক লৈ ন পৰামৰ্শ

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বিষয়ক বৃহস্পতিবাৰৰ শুনানিত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাষ্ট্ৰীয় সেউজ...

Read moreDetails
Page 5364 of 6060 1 … 5,363 5,364 5,365 … 6,060

Stay Connected

Recent News