শীর্ষ সংবাদ

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ মৌনতাত অতিষ্ঠ : বিজেপিৰ পৰা পদত্যাগ এ পি ডি চি এলৰ সঞ্চালক নিৰ্মল নুনিছাৰ

খিলঞ্জীয়াৰ মতৰ বিৰুদ্ধে চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কেই ৰাজ্যিক বিজেপিৰ বাবে কাল হ’বলৈ গৈ আছে। আজি দলটোৰ এজন গুৰুত্বপূৰ্ণ নেতাই...

Read moreDetails

সিদ্ধান্ত: অসমৰ জাতীয় সংগঠনসমূহে অনুমতি নিদিলে সমাৱেশ নাপাতে বাঙালী সংগঠনে

চৰকাৰৰ অনুমোদন নহয়, অসমৰ জাতীয় সংগঠনসমূহৰ অনুমতি মৰ্মেহে নিশ্চিত হ’ব ২৬টা বাঙালী সংগঠনে আহ্বান কৰা সমাৱেশ। বাঙালী সংগঠনকেইটাৰ ঐক্যমঞ্চ চি...

Read moreDetails

ভৰি নিদিব বিজেপিৰ ‘চক্ৰান্ত’ত, বাঙালী সংগঠনক আহ্বান চি পি আই-এমৰ

নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰিবলৈ গৈ বিজেপিৰ “চক্ৰান্ত”ত ভৰি দি অসমীয়া আৰু বাংলাভাষীৰ মাজত বিদ্বেষ সৃষ্টি নকৰিবলৈ ৰাজ্যৰ বাঙালী সংগঠনসমূহক আহ্বান...

Read moreDetails

কোনে আলফা (স্বাঃ)লৈ নিলে দেৰগাঁৱৰ আছু নেতা পংকজ প্ৰতীম দত্তক?

গোলাঘাট জিলাৰ দেৰগাঁৱৰ সৰবৰহী যুৱক তথা দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ প্ৰতীম দত্তই আলফা(স্বাঃ)ত যোগদান কৰাৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত...

Read moreDetails

এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

বিজেপিৰ বিধায়ক শিলাদিত্য দেবক “খাটাং” সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক গণ-“হত্যা”ৰ...

Read moreDetails

চাওক Video|| ছাগলী মাংসৰ ঠাইত মাছ বেচি আছে গুৱাহাটীত!

পৌৰ নিগমৰ বিৰুদ্ধে উপদ্ৰৱৰ অভিযোগ তুলি ছাগলী মাংসৰ সলনি পেটৰ তাড়নাত মাছৰ ব্যৱসায়ত ধৰিবলৈ বাধ্য হৈছে গুৱাহাটীৰ মাংস বিক্ৰেতাই। দিন...

Read moreDetails

অভিযোগ মুক্ত বৰগোহাঞি, #meTooৰ ধুমুহাৰ মাজত ৰামধেনু

#meTooৰ ধুমুহাৰ মাজতে ৰামধেনুৰ দৰে পোহৰলৈ আহিছে ডেৰ দশক পুৰণি ‘‘যৌন নিৰ্য্যাতন”ৰ গোচৰৰ পৰা অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞি অভিযোগমুক্ত...

Read moreDetails

অৰ্ধ শতাধিক সংগঠনৰ দাবী মিছা, অসম বন্ধৰ প্ৰকৃত সত্য ব্যাখ্যা বিজেপি নেতাৰ

অৰ্ধ শতাধিক সংগঠনে শেহতীয়াকৈ আহ্বান কৰা অসম বন্ধ সৰ্বাত্মক নাছিল। সংগঠনসমূহৰ দাবী “মিছা” বুলি বেকত কৰি প্ৰকৃত সত্যটো বুধবাৰে গুৱাহাটীত...

Read moreDetails

আলফাত যোগদান ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ; স্বীকাৰোক্তিৰ ভিডিঅ’ই তুলিছে ছ’চিয়েল মিডিয়াত আলোড়ন

গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱকে আলফা (স্বাঃ)ত যোগদান কৰাক লৈ শেহতীয়াকৈ সমগ্ৰ অসম জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশেষকৈ আলফা...

Read moreDetails

মৰিগাঁৱত প্রেমিকাৰ ঘৰৰ চৌহদতে আত্মহত্যা হতাশাগ্ৰস্ত প্ৰেমিকৰ

এজন যুৱকে আত্মহত্যা কৰা ঘটনাই সম্প্ৰতি মৰিগাঁও জিলাৰ ধৰমতুলৰ আলিচিঙাৰ নেপালী বস্তিত সাধাৰণ লোকৰ মাজত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কিয়নো...

Read moreDetails
Page 5517 of 5820 1 5,516 5,517 5,518 5,820

Stay Connected

Recent News