শীর্ষ সংবাদ

অসমৰ হিন্দু সন্ত্ৰাসবাদীৰ তথ্য আৰক্ষীক দিব অখিল গগৈয়ে?

শনিবাৰৰ দিনটোত গুৱাহাটীত অনুষ্ঠিত দুখনকৈ গুৰুত্বপূৰ্ণ সংবাদমেলৰ পিছত প্ৰশ্ন উঠিছে হিন্দু সন্ত্ৰাসবাদীৰ তথ্য অসম আৰক্ষীক দিব নেকি অখিল গগৈয়ে? হিজবুল...

Read moreDetails

নাৰীৰ যৌনাংগত জলকীয়া সানি নিৰ্য্যাতন: গ্ৰেপ্তাৰ হোৱা অধিকাংশই মহিলা

যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নিৰ্য্যাতন কৰা ঘটনাত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে গাওঁখনৰ ১৯গৰাকীকৈ লোকক। তাৎপৰ্য্যপূৰ্ণভাৱে আটকাধীন ১৬গৰাকীয়েই...

Read moreDetails

প্ৰধান মন্ত্ৰী মোদীয়ে লালকিল্লাত থিয় হৈও মিছা কথা কয় : গুৱাহাটীত মোদীক তুলাধুনা কানহায়া কুমাৰৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল বহুচৰ্চিত বাওঁপন্থী যুৱনেতা কানহায়া কুমাৰ। শনিবাৰে...

Read moreDetails

সমাগত ’১৯ৰ নিৰ্বাচন: কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ সৈতে ‘যোগাযোগ’ বিজেপিৰ!

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি দেশবাসীৰ কাণত পৰাৰ সময়তে বিজেপিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ে ‘যোগাযোগ’ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা...

Read moreDetails

অসম কংগ্ৰেছত ‘পৰিৱৰ্তন’ৰ বতাহ!

বিজেপি প্ৰতিশ্ৰুত ‘পৰিৱৰ্তন’ৰ বতাহছাতি এতিয়াও আহি নাপালেও অসম কংগ্ৰেছত বলিছে ‘অভ্যন্তৰীণ পৰিৱৰ্তন’ৰ সামান্য হাৱা। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তাৎক্ষণিকভাৱে বলবৎ...

Read moreDetails

মুখ্য মন্ত্ৰীৰ সমষ্টিৰ ‘উন্নয়ন’ক চৰম ভেঙুচালিৰে বিধ্বস্ত পথত পুনৰ ঠেলাৰ ওপৰতে প্ৰসৱ সন্তান

মাজুলী অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি। ‘ৰিভাৰ এম্বুলেন্স’, ‘উভচৰ আকাশীযান’, ‘য়ুনেস্ক’ৰ ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি’ৰ দৰে মাজুলী-চৰ্চাক বাগাড়ম্বৰত পৰিণত কৰি শনিবাৰে...

Read moreDetails

বীভৎসতাৰ শীৰ্ষত, উলংগ কৰি যৌনাংগত জলকীয়া সানি ৰাস্তাত ভ্ৰমণ কৰোৱালে মহিলাক!

নাৰীক জোৰ-জবৰদস্তিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষস্থান অধিকাৰ কৰা অসমত এইবাৰ পোহৰলৈ আহিছে যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নগ্নভাৱে ৰাস্তাত ঘূৰাই...

Read moreDetails

নগাঁৱত বিদ্যুৎস্পৃষ্ট মৃত্যুৰ ক্ষোভৰ জুইৰ মাজতে সঞ্চালকক বদলি এ’পিদিচিএল-ৰ

নগাঁৱৰ ৰুপহীহাটত বিদ্যুতত লাগি ৬গৰাকীকৈ লোকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা ঘটনাক লৈ চৰকাৰবিৰোধী ক্ষোভৰ জুইৰ মাজতে শুকুৰবাৰে অসম বিদ্যুৎ বিতৰণ...

Read moreDetails

অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক

অসম চৰকাৰক শুকুৰবাৰে লাভৰ ২২.৭১ কোটি টকা প্ৰদান কৰে অসম চুক্তিৰ আধাৰত স্থাপিত ৰাজহুৱা উদ্যোগ নুমলীগড় শোধনাগাৰ লিমিটেদে। ৰাজ্য চৰকাৰৰ...

Read moreDetails

মে’জৰ লিতুল গগৈ দোষী সাব্যস্ত, সন্মুখীন হ’ব পাৰে ক’ৰ্ট মাৰ্শ্বালৰো

এগৰাকী কাশ্মীৰী যুৱতীৰ সৈতে শ্ৰীনগৰৰ এখন হ’টেলত দেখাক লৈ উঠা অভিযোগত ক’ৰ্ট অৱ এনকুৱাৰিয়ে দোষী সাব্যস্ত কৰাৰ পিছত সেনাবাহিনীৰ শাস্তিৰ...

Read moreDetails
Page 5531 of 5819 1 5,530 5,531 5,532 5,819

Stay Connected

Recent News