শীর্ষ সংবাদ

সময় মানৰ জোৰত ২০০ মিটাৰৰ ছেমিত প্ৰৱেশ হিমাৰ; আগত আছে উন্নত সময় মানৰ ৬গৰাকী প্ৰতিদ্বন্দ্বী

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰৰ ব্যক্তিগত শাখাত ৰূপৰ পদক জিনা অসমৰ হিমা দাস আজি ৰাতিপুৱা অনুষ্ঠিত...

Read moreDetails

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ আব্দুল লতিফ

আজি সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত ধেমাজিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক ভেটী লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে...

Read moreDetails

আত্মৰক্ষাৰ বাবে দৌৰাৰ পৰিৱৰ্তে কাজিৰঙাৰ বনকৰ্মীয়ে গুলীয়াই হত্যা কৰিলে খেদি অহা গঁড়ক

আজি সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক অবাঞ্চিত ঘটনা। এইবাৰ চোৰাং চিকাৰীৰ গুলীত নহয় বনকৰ্মীৰ গুলীতহে মৃত্যুক আকোৱালি ল’বলগীয়া...

Read moreDetails

অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া চলচ্চিত্ৰ আৰু অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী শিল্পী গুণ মহন্ত...

Read moreDetails

শ্ৰীনগৰৰ হোটেলত সংঘটিত ঘটনাত দোষী সাৱ্যস্ত মেজৰ লিটুল গগৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সেনাৰ

অসমৰ নামৰূপত জন্মগ্ৰহণ কৰা তথা ৫৩ ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ লিটুল গগৈক সেনা অনুসন্ধান আদালতে দোষী সাব্যস্ত কৰি সোমবাৰে শাস্তিমূলক ব্যৱস্থা...

Read moreDetails

গুৱাহাটীৰ চিৰিয়াখানাৰ বিশাল ভূমি বনিয়াক গতোৱাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ!

দেশৰে অন্যতম বৃহৎ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশাল সেউজ ভূমি বিলাসী হোটেল খোলাৰ বাবে বনিয়াৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে...

Read moreDetails

এছিয়ান গেইমছত গোটেই দেশক উজলোৱা হিমাৰ গৌৰৱিত গাঁওবাসীয়ে আতচবাজীৰে পালন কৰিলে আনন্দোৎসৱ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছত অসম গৌৰৱ হিমা দাসে আজি মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগে...

Read moreDetails

৯ লাখ শিশু-মহিলাক ক’ত লুকুৱাইছে মন্ত্ৰী প্ৰমীলা ৰাণীয়ে?

কেন্দ্ৰীয় নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়ে অসমৰ অংগনৱাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশু, মহিলা থকা বুলি সদৰী কৰা...

Read moreDetails

অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

আপুনি ঠিকেই পঢ়িছে, অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা! বাস্তৱত নথকা এই বৃহৎ সংখ্যক শিশু-মহিলাই অসমৰ অংগনৱাড়ী কেন্দ্ৰত প্ৰতিদিনে...

Read moreDetails

চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত : ৰে’ল চলাচল ব্যাহত

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত এখন মালবাহী ৰে’ল আজি দিনৰ ১১-২০ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয়। লামডিঙৰ পৰা...

Read moreDetails
Page 5543 of 5818 1 5,542 5,543 5,544 5,818

Stay Connected

Recent News