শীর্ষ সংবাদ

বিজেপি নেত্ৰীয়ে বিয়পাইছে ভুৱা বাতৰি; ৱটচএপৰ স্ক্ৰীনশ্বটেৰে প্ৰত্যাহ্বান জ্যেষ্ঠ সাংবাদিকৰ

ভুৱা বাতৰিয়ে বিয়পোৱা আতংকই কাৰ্বি আংলঙত অঘটন ঘটোৱাৰ লগতে ৰাজ্যজুৰি জনসাধাৰণক আতংকিত কৰি ৰখাৰ পৰতে শাসকীয় বিজেপি দলকে ভুৱা বাতৰি...

Read moreDetails

অপাৰেটৰক আদায় দিয়া নাই পাৰিশ্ৰমিক : আধাৰ কাৰ্ডৰ প্ৰস্তুতিত ব্যাপক বিসংগতি

ভাৰতীয় ষ্টেট বেংকে আধাৰ কাৰ্ড প্ৰস্তুতিত নিয়োজিত অপাৰেটৰসকলক পাৰিশ্ৰমিক আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই আধাৰ...

Read moreDetails

মাৰ্ঘেৰিটাত বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰি মাৰোৱাড়ী যুৱ মঞ্চৰ আহ্বান-সতৰ্ক হওক, জীৱন বচাওক

পথ দুৰ্ঘটনা সমূহৰ পৰা ৰক্ষা পোৱাৰ বিষয়ে আজি মাৰোৱাড়ী যুৱ মঞ্চ, মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত এক সতর্কতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।...

Read moreDetails

ডকমকা কাণ্ডৰ ন্যায় বিচাৰি মাজুলীত ৰাজপথলৈ ওলাই আহিল ছাত্ৰী

কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত দুজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছে। দুই প্ৰতিভাৱান যুৱকক এনেদৰে হেৰুৱাই সমগ্ৰ...

Read moreDetails

১০০ বছৰতো অসমৰ পৰা বিদেশী খেদা সম্ভৱ নহ’ব : সাংসদ নৱ শৰণীয়া

‘অসম চুক্তি ৰূপায়ণ হোৱা বহু বছৰ হ’ল। কিন্তু আজিলৈ এজনো বাংলাদেশী খেদিব পৰা নাই। সেয়ে এন আৰ চি সম্পূৰ্ণ হ’লেও...

Read moreDetails

সোপাধৰা! তেজপুৰত ৰাতি শূন্যলৈ গুলী চলাইহে ৰাইজৰ ৰোষৰ পৰা বাচিল আৰক্ষীৰ দল

সোপাধৰাৰ ভুৱা খবৰে কাৰ্বি আংলঙত ঘটোৱা ভয়ংকৰ ঘটনাৰ পিছতো শাম কটা নাই ৰাইজৰ শংকা। আতংকিত অসমৰ ৰাইজে নিজ এলেকাত দেখা...

Read moreDetails

কাৰ্বি আংলঙৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া আলফাৰ

কাৰ্বি আংলঙৰ ডকমকাত হোৱা ‘বৰ্বৰোচিত’ হত্যাক ‘তীব্ৰ গৰিহণা’ দি এই ঘটনাৰ আলম লৈ গোষ্ঠী বিদ্বেষ বিয়পাই গোষ্ঠী সংঘৰ্ষৰ পৰিস্থিতিৰ যাতে...

Read moreDetails

সংগীতেৰে জীৱন সলনি কৰিব কয়দীৰ : প্ৰথমবাৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত সংগীত বিদ্যালয়

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত এখন নতুন সংগীত বিদ্যালয় স্থাপন কৰা হৈছে। কয়দীসকলক সংগীতৰ প্ৰশিক্ষণ দিয়াৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ ভিতৰত...

Read moreDetails

বিদ্যুৎ বিভাগৰ গাফিলতিত তামাৰহাটত দুৰ্ভোগ ভুগিছে ৰাইজে

দিনটোৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে শাসনত অধিষ্ঠিত হোৱাৰ পাছত বিদ্যুৎ যোগানৰ...

Read moreDetails

জে ই ই (এডভান্স)ৰ ফলাফলত উজলিল অসমৰ ১৪৭ প্ৰাৰ্থী

সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছে অসমৰ শিক্ষাৰ্থীয়ে। সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অসমৰ চাৰিটা মণ্ডল ক্ৰমে গুৱাহাটী,...

Read moreDetails
Page 5620 of 5805 1 5,619 5,620 5,621 5,805

Stay Connected

Recent News