শীর্ষ সংবাদ

বোকাখাতত মালিকৰ ঘৰৰ চোতালতে আত্মহত্যা বনকৰা যুৱতীৰ : যৌন অতিশয্যৰ অভিযোগ

লোকচক্ষুৰ পৰা লজ্জা ঢাকিবলৈ বুলি আজি মালিকৰ ঘৰৰ চোতালতে গাত কেৰাচিন তেল ঢালি এগৰাকী বনকৰা যুৱতীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...

Read moreDetails

অহা ৩০ জুনত প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ খচৰা : প্ৰতীক হাজেলা

অহা ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা। আজি নতুন দিল্লীত এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক...

Read moreDetails

ৰাজ্য কঁপোৱা সাৰদা কেলেংকাৰিৰ ফাইল দুবছৰ লুকুৱাই ৰাখিছিল প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াই : দুলাল বৰা

‘দেশ কঁপোৱা বৃহৎ কেলেংকাৰি হৈছে সাৰদা কেলেংকাৰি। অসমৰ নামো এই কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছে। মই ২০১৬ চনতে এই অভিযোগ...

Read moreDetails

তিনিদিন ধৰি নিখোজ হৈ থকা মাজুলীৰ ব্যৱসায়ীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

যোৱা তিনিদিন ধৰি নিখোজ হৈ আছিল মাজুলীৰ গায়ন গাঁৱৰ ব্যৱসায়ী যোগেন বৰা। ৫৫ বছৰীয়া অমায়িক স্বভাৱৰ লোকজনৰ নিখোজৰ ঘটনাই চাঞ্চল্যৰ...

Read moreDetails

অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ নিশ্চিত কৰাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উদ্ধৃতি দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ স্বৰূপ অসম চুক্তিৰ ষষ্ঠ...

Read moreDetails

জাতীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত একে শাৰীত থিয় দিলে প্ৰফুল্ল মহন্ত আৰু অনুপ চেতিয়া

নাগৰিকত্ব সংশোধনী সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদমুখৰ পৰিবেশ চলি থকাৰ সময়তে আজি অসম আন্দোলন সংগ্ৰামী মঞ্চই...

Read moreDetails

শ্বীনা বৰাৰ চহী জাল কৰাৰ কথা স্বীকাৰ ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিবৰ

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত, ইন্দ্ৰানী মুখাৰ্জীৰ পূৰ্বৰ সচিবগৰাকীয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই) এখন বিশেষ আদালতৰ আগত স্বীকাৰ কৰিছে যে...

Read moreDetails

এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে কেন্দ্ৰই প্ৰেৰণ কৰিব অতিৰিক্ত নিৰাপত্তাবাহিনী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পাছত ৰাজ্যত সৃষ্টি হ’ব পৰা সম্ভাব্য পৰিস্থিতিলৈ লক্ষ্য ৰাখি মঙলবাৰে দিল্লীৰ...

Read moreDetails

‘গণ অনশন’ত জাতিৰ স্বাৰ্থত সকলো একগোট, দীৰ্ঘদিনৰ মূৰত আছুৰ কাষত প্ৰফুল্ল মহন্ত, আহিল কংগ্ৰেছো

সদৌ অসম ছাত্ৰ সন্থা ( AASU ) আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত আয়োজন কৰা ‘গণ অনশন’ত আজি ২৯ মে’ত...

Read moreDetails
Page 5635 of 5803 1 5,634 5,635 5,636 5,803

Stay Connected

Recent News