শীর্ষ সংবাদ

অস্ত্ৰ তুলি লোৱাৰ হুংকাৰঃ আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীৰ গোচৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়া...

Read moreDetails

শ্বহীদ ভাস্কৰ কলিতাৰ সাহসিকতা অসম আৰক্ষীৰ বাবে চিৰদিন স্মৰণীয় হৈ থাকিব : ডিজিপি কুলধৰ শইকীয়া

উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আলফা (স্বাঃ)ৰ গুলীত শ্বহীদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ আজাৰৰ মাজিৰগাওঁস্থিত বাসগৃহত বুধবাৰে উপস্থিত হয়...

Read moreDetails

অসমীয়া কল্পবিজ্ঞান ভিত্তিক প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সাজু যুৱ পৰিচালক অৰিন্দম শৰ্মা

প্ৰথমবাৰৰ বাবে কল্পবিজ্ঞানৰ ভিত্তিত এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে এগৰাকী অসমীয়া যুৱ পৰিচালক। নাম তেওঁৰ অৰিন্দম শৰ্মা। কাজিৰঙা...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক : কংগ্ৰেছৰ ৰোষৰ সন্মুখীন অৰুণাচল চৰকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে ৰাজ্যখনলৈ যুটীয়া সংসদীয় সমিতিক আমন্ত্ৰণ নকৰাৰ বাবে বিৰোধী দল কংগ্ৰেছৰ ৰোষৰ সন্মুখীন হৈছে...

Read moreDetails

অন্য ৰাজ্যৰ লগত নিমিলে অসমৰ পৰিস্থিতি : অকপট স্বীকাৰোক্তি যুটীয়া সংসদীয় সমিতিৰ

অসমৰ পৰিস্থিতি আন ৰাজ্যৰ তুলনাত পৃথক আৰু সেই গতিকে অধিক শুনানিৰ প্রয়োজন আছে বুলি উপলব্ধি কৰি যুটীয়া সংসদীয় সমিতি অসমলৈ...

Read moreDetails

কামাখ্যাত বৃদ্ধ আৰু দিব্যাংগ ভক্তৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভক্তসকলৰ কাৰণে উপযুক্ত সা-সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মেঘালয়ৰ জনজাতীয়, যুৱ তথা ছাত্ৰ সংগঠন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি মেঘালয়ৰ কেবিনেটে লোৱা সিদ্ধান্তৰ পিছতে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কেইবাটাও জনজাতীয়, যুৱ আৰু ছাত্ৰ সংগঠনে...

Read moreDetails

হঠাৎ অসুস্থ : জনপ্ৰিয় অভিনেতা আকাশদ্বীপ চিকিৎসাধীন

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশদ্বীপ ডেকা বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। উচ্চ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক : মেঘালয় চৰকাৰৰ সিদ্ধান্তক আদৰণি আছু, নেছ’ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি মেঘালয় চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা...

Read moreDetails

‘বাংলাদেশীক নাগৰিকত্ব প্ৰদান’ক লৈ বিক্ষোভ : জ্বলিল নাগৰিকত্ব সংশোধন বিধেয়কৰ প্ৰতিলিপি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ( Citizenship Amendment Bill ) বাতিল কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ জিলা সদৰসমূহৰ লগতে গুৱাহাটীৰ আমবাৰীতো গৰিয়া মৰিয়া...

Read moreDetails
Page 5657 of 5801 1 5,656 5,657 5,658 5,801

Stay Connected

Recent News