শীর্ষ সংবাদ

মমতা বেনাৰ্জীয়ে বিনিয়োগকাৰীক হাইজেক কৰাৰ অভিযোগ মন্ত্ৰী পাটোৱাৰীৰ

অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে এই অভিযোগ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ ৰাজ্যখনক উত্তৰ-পূব...

Read moreDetails

বিশেষভাৱে সক্ষমসকলৰ বাবে শিল্পগ্ৰামত তিনিদিনীয়া পুতলা নিৰ্মাণৰ কৰ্মশালা আৰম্ভ

বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামত বৃহস্পতিবাৰৰ পৰা পুতলা নিৰ্মাণৰ এখন তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ নৰ্থ...

Read moreDetails

কাৰ্বি পাহাৰৰ সমস্যাৰ বুজ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে হামৰেনত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

কাৰ্বি আংলঙৰ সমস্যাৰ বুজ ল’বলৈ হামৰেন চহৰত দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে আহি উপস্থিত হ'ল অসমৰ ৰাজ্যপাল জগদীশ মুখী। বৈঠালাংছ’-হামৰেণ বিধ্বস্ত পথেৰে...

Read moreDetails

দিল্লীৰ টীম আন্নাৰ সত্যাগ্ৰহলৈ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক লোকৰ যাত্ৰা

জনলোকপাল বলবৎকৰণ ,কৃষকৰ সমস্যাৰ স্থায়ী সমাধান, নিকা নিৰ্বাচন আদিৰ দাবীত ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা ময়দানত আন্না হাজাৰেৰ নেতৃত্বত টীম...

Read moreDetails

চাহ জনজাতীয় বীৰসকলৰ স্বীকৃতি প্ৰদানক লৈ তৎপৰ মন্ত্ৰী পল্লৱলোচন

‘’চাহ জনজাতীয় লোকসকলক বিভিন্ন সময়ত একাংশ লোকে বিৰূপ মন্তব্য কৰে। চাহ জনজাতীয় লোকসকল খিলঞ্জীয়া হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ...

Read moreDetails

হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণৰ কামত দুৰ্নীতি : তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

হাফলং-জাতিংগা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুইলেন যুক্ত ঘাইপথ নিৰ্মাণৰ কাম ২০১১ চনত আৰম্ভ হৈছিল। এই কামৰ দায়িত্ব লাভ কৰিছিল চিমপ্লেক্স চ'ম...

Read moreDetails

উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে ৰঙালী বিহুৰ আগতীয়া উপহাৰ : পাটোৱাৰী

‘’ অসমে পুনৰ ভাৰত আৰু আছিয়ান দেশৰ সহযোগিতাৰ কেন্দ্ৰ হিচাপে নিজৰ স্থান লাভ কৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্ট ইষ্ট...

Read moreDetails

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ উত্তৰ ত্ৰিপুৰাৰ ৰাউণ্ডচাৰা গাওঁবাসীৰ

সমগ্ৰ বিশ্বই বিশ্ব জল দিৱস পালনৰ বাবে সাজু হোৱাৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ...

Read moreDetails

মণিপুৰত সৰু আইত আক্ৰান্ত দুটি শিশুৰ মৃত্যু

মণিপুৰত সৰু আই ৰোগত আক্ৰান্ত হৈ দুটি জনজাতীয় শিশুৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক কে ৰাজুৱে এই কথা...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত ভিখাৰীৰ সংখ্যা সৰ্বাধিক

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যক ভিখাৰী আৰু অঘৰী লোক আছে। বুধবাৰে লোকসভাত এই তথ্য সদৰি কৰে সামাজিক ন্যায় বিভাগৰ...

Read moreDetails
Page 5703 of 5788 1 5,702 5,703 5,704 5,788

Stay Connected

Recent News