বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দুৰ্ঘটনাত শনিবাৰে এজন চাইকেল আৰোহীৰ মৃত্যু হয় ৷...
Read moreDetailsকেইবাখনো গ্ৰন্থৰ লিখক, প্ৰসিদ্ধ সাংবাদিক অনন্ত কুমাৰ দাসৰ বহস্পতিবাৰে নিশা নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২...
Read moreDetailsআগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰি তুলিছে। বিজেপিৰে মিত্ৰতা নকৰাকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ...
Read moreDetailsঅসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Assam Women's University Act, 2013)ৰ যোগে স্বয়ং অসম চৰকাৰে প্ৰতিষ্ঠা কৰা অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান...
Read moreDetailsনৱগঠিত ত্ৰিপুৰা চৰকাৰৰ ৬৭ শতাংশ, অৰ্থাৎ ৯ৰ ভিতৰত ৬ গৰাকী মন্ত্ৰী কোটিপতি। শুকুৰবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি তেওঁলোকৰ ৯ গৰাকীৰ...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে চলিত বৰ্ষৰ ৬ জুলাইৰ পৰা জয়পুৰত অনুষ্ঠিত কৰিব অল ইণ্ডিয়া মিডিয়া এডুকেটৰছ কনফাৰেন্স। গুৱাহাটী...
Read moreDetailsশেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমৰ নামত প্ৰচাৰিত এক ভুৱা ফেচবুক প’ষ্টক লৈ প্ৰমোদ বড়োই কৰা মন্তব্যৰ তীব্ৰ...
Read moreDetailsকেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ৪৯নং বেটচৰ ১৫ গৰাকী ৰাজপত্ৰিত শিক্ষাৰ্থী বিষয়াৰে শুকুৰবাৰে ৰাজভৱনত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ...
Read moreDetailsশুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে। ৰাজহুৱা আঁচনি আৰু টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মহিমা কৌলে...
Read moreDetailsমেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd