শীর্ষ সংবাদ

সাহসী আৰক্ষী বিষয়া চহিদ ভাস্কৰ কলিতাৰ সৈতে হোৱা সংঘৰ্ষটোত জড়িত দুজন আলফাৰ লিংক মেনক গ্ৰেপ্তাৰ

যোৱা মে’ মাহৰ ৪ তাৰিখতে আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত গুলী লাগি প্ৰাণ আহুতি দিয়া বীৰ চহিদ আৰক্ষী বিষয়া ভাস্কৰ...

Read moreDetails

১০৮-১০২’ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ : অখিলৰ বিৰুদ্ধে ১৪৪ ধাৰা ভংগৰ অভিযোগ

বিগত ৫ দিন ধৰি জৰুৰীকালীন ১০৮, ১০২ৰ কৰ্মচাৰীসকলে লখৰাস্থিত জি ভি কেৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি...

Read moreDetails

মন্দিৰৰ পৰা মন্দিৰলৈ : পৰম্পৰাগত সাজেৰে মহিলাই দৌৰিলে ১০ কিলোমিটাৰ

মহিলাসকলৰ মাজত শাৰীৰিক সক্ষমতা অটুট ৰখাৰ উদ্দেশ্যেৰে দেওবাৰে ৰাতিপুৱা ওঠৰ শ শতিকাৰ শেষ ভাগত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা...

Read moreDetails

গুৱাহাটীৰ ৰ’পৱে’: ২৭ কোটি টকাৰ প্ৰকল্পত সৰকালে ৫৫ কোটি, ১২ বছৰে নহ’ল সম্পূৰ্ণ

গুৱাহাটীৰ ৰ’পৱে প্ৰকল্পৰ বাবে ধন নিৰ্দ্ধাৰণ কৰা হৈছিল ২৭ কোটি ৭৩ লাখ টকা। কিন্তু পৰৱৰ্তী পৰ্য্যায়ত ৰাইটছে এই ধনৰ পৰিমাণ...

Read moreDetails

অসমীয়া জাপি পিন্ধি দিল্লীত এন আৰ চিক লৈ কি ঘোষণা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ?

এন আৰ চিৰ পৰা কোনো ভাৰতীয় বাদ নপৰে। শনিবাৰে নতুন দিল্লীত পুনৰ এই কথা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।...

Read moreDetails

ভুল তাৰিখতে জন্ম দিৱস পাতি সুধাকণ্ঠক সুঁৱৰিছে অসমীয়াই!

৮ ছেপ্তেম্বৰৰ জন্ম দিৱসত অসমজুৰি সুধাকণ্ঠ স্মৰণ চলি থকাৰ পৰতে ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ভূপেন হাজৰিকাই...

Read moreDetails

অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ নিজেই সাক্ষাৎকাৰ দিবলৈ যাম : হিমা

এছিয়ান গেইমছত অভূতপূৰ্ব সাফল্য লাভ কৰি নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা বৃহৎ অভিনন্দন অনুষ্ঠানৰ...

Read moreDetails

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন : দীঘলীপুখুৰীৰ পাৰত আছুৰ ‘উদ্দীপনা’ অনুষ্ঠান

অসমৰ জাতীয় জীৱনৰ চিৰবৰেণ্য ব্যক্তি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯২সংখ্যক ওপজা দিনত সমগ্ৰ ৰাজ্যবাসীয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন...

Read moreDetails

হিমাক ১ কোটি ৬০ লাখ টকাৰ চে’ক প্ৰদান মুখ্য মন্ত্ৰীৰ; দিব ক্ৰীড়া বিভাগৰ বিষয়াৰ চাকৰি

দুদিনমানৰ ভিতৰতে নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰে বিশ্বমানৰ তাৰকাত পৰিণত হোৱা হিমাক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১ কোটি ৬০ লাখ টকাৰ...

Read moreDetails

নলবাৰীৰ চৰত লাগিলগৈ ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত পতিতৰ মৃতদেহ

যোৱা ৫ আগষ্টত উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাটোত নিৰুদ্দেশ হোৱা এজন লোকৰ মৃতদেহ আজি নৰবাৰীৰ শিয়ালমাৰিৰ চৰত উদ্ধাৰ...

Read moreDetails
Page 5773 of 6055 1 … 5,772 5,773 5,774 … 6,055

Stay Connected

Recent News