শীর্ষ সংবাদ

শক্তি বিভাগৰ মৰণফান্দ: বেবেজীয়াৰ উলুবাৰীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰে মাতিছে বিপদ

ৰাজ্যৰ বিয়াগোম বিভাগসমূহৰ ভিতৰত অন্যতম শক্তি বিভাগটোৱে সাধাৰণ জনতাক হাৰাশাস্তি প্ৰদান কৰাই নহয়, বিভাগটোৰ উপস্থিতি সন্দৰ্ভতো ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ...

Read moreDetails

লছ এঞ্জেলছত ‘শৈশৱতে ধেমালিতে’ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ

লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ই (ৰেইনব’ ফিল্ডছ) শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা  বঁটা লাভ...

Read moreDetails

শিৱসাগৰত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশক লৈ সষ্টম জিলা প্ৰশাসন

শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা,  জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত শনিবাৰে...

Read moreDetails

জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি : খোৱা পানীৰ বটলত মৃত মকৰা

খোৱাপানীৰ নামত জনসাধাৰণক বৰ বিহ খুৱাইছে বহু জাতিক কোম্পানীয়ে। সেইদৰে জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই খাদ্য আৰু যোগান বিভাগৰ। উৎকট...

Read moreDetails

খচৰাত নাম নথকাসকলক সকলো ধৰণৰ সহযোগিতা আগ বঢ়োৱাৰ আশ্বাস মুখ্য মন্ত্ৰীৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শনিবাৰে বাক্সা জিলাৰ নিকাছিত জ্ঞানপীঠ স্নাতক কলেজত...

Read moreDetails

এইবাৰ কমিউনিষ্ট নেতাৰ মূৰ্তি নিৰ্মাণ কৰিব বিজেপিয়ে!

ত্ৰিপুৰাত চি পি আই (এম)ৰ আৰাধ্য কমিউনিষ্ট বীৰ নেতাসকলৰ মূৰ্তি ভঙাত অভিযুক্ত নতুন শাসক হিন্দুত্ববাদী, সোঁপন্থী বিজেপিয়ে এইবাৰ পুনৰ নিৰ্মাণ...

Read moreDetails

বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে : আজি হীৰুদাৰ ওপজা দিন

অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, আমাৰ অসমীয়াৰ হিয়াৰ...

Read moreDetails

কেৰেলাৰ আন্তৰ্জাতিক কায়াকিং প্ৰতিযোগিতাত পদক জিনিলে মেঘালয়ৰ যুৱক বাছায়ামোইতে

মালাবাৰ ৰিভাৰ ফেষ্টিবেলৰ ২১ অনূৰ্ধ্বৰ এছিয়া শাখাৰ কায়াকিং (kayaking) প্ৰতিযোগিতাত মেঘালয়ৰ যুৱক শ্বিনিংষ্টাৰ বাছায়ামোইতে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য...

Read moreDetails

এন আৰ চিত সন্দেহজনক লোকৰ নাম : অন্য লোকেও দিব পাৰিব অভিযোগ

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ আৰু মাত্র মাজত দুদিন বাকী আছে। অহা ৩০ জুলাইত খচৰা প্রকাশ হোৱাৰ পাছত...

Read moreDetails

ৰংজুলিত  চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান : কাঠসহ জব্দ পিকআপ ভান

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত অবাধে চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে শেহতীয়াভাৱে এটা অভিযান আৰম্ভ কৰিছে। ৰংজুলিৰ আঞ্চলিক...

Read moreDetails
Page 5808 of 6055 1 … 5,807 5,808 5,809 … 6,055

Stay Connected

Recent News