শীর্ষ সংবাদ

বোকাখাতত গৰু আৰু গাড়ীৰে সৈতে ৪ গৰু চোৰক আটক আৰক্ষীৰ

দেৰগাওঁৰ চুমনি আৰক্ষী চকীৰ অন্তৰ্গত মহিমাৰ পৰা  ৭ টা গৰু  চুৰি কৰি আনি থকাৰ পথত আজি পুৱা বোকাখাত আৰক্ষীয়ে  ৪...

Read moreDetails

কাইলৈ চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ আহিব ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগে

কাইলৈ ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগেই চৰকাৰী ভ্ৰমণসূচী লৈ নতুন দিল্লীত আহি উপস্থিত হ’ব।  ভুটানৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ তিনিদিনীয়া ভাৰত...

Read moreDetails

এছিয়ান গেইমছলৈ টিকট নিশ্চিত কৰিলে আন এগৰাকী অসম জীয়ৰী ৰ’দালি বৰুৱাই

১৯ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত এইবাৰ অসমৰ সৰ্বাধিক সংখ্যক ক্ৰীড়াবিদে ভাগ ল’ব। ১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ...

Read moreDetails

নীৰৱে ‘কৃষি বিপ্লৱ’ৰ সূচনা কৰাত ব্যস্ত মাজুলীৰ কিছু শিক্ষিত যুৱক

অসমৰ মাটি আৰু জলবায়ু শস্য উৎপাদনৰ বাবে অনুকূল হোৱাৰ হেতু ইয়াত অন্যান্য শস্যৰ লগতে শাক-পাচলিৰ খেতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰা...

Read moreDetails

এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ সময়ত ছ’চিয়েল মিডিয়াৰ য়ুজাৰৰ ওপৰত শেনচকু ৰাখিব অসম আৰক্ষীয়ে

“ডকমকা কাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰি থকাসকলৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হৈছিল, ঠিক সেইদৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ...

Read moreDetails

ভাৰত-বাংলা সীমান্ত চীল নকৰাটো চৰকাৰৰ এটা অক্ষমণীয় অপৰাধ : সমুজ্জ্বল ভট্টাচাৰ্য্য

‘অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পাৰ হৈ যোৱাৰ পাৰ হৈ যোৱাৰ পাছতো ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ...

Read moreDetails

বানৰ পাৰ্শ্বক্ৰিয়া: ঘিলামৰাত পানীৰ তলত বিঘাই বিঘাই গেলিছে বড়ো-আহু ধানৰ খেতি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ অব্যাহত আছে সমগ্ৰ ৰাজ্যতে। সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি অহা জীয়াধল, কুমটীয়া আৰু কঢ়া নদীৰ পানীয়ে ঢকুৱাখনাৰ...

Read moreDetails

বহৰিত আৰক্ষী- প্ৰশাসনৰ অভিযানত বৃহত্‍ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

বৰপেটা জিলাৰ বিভিন্ন ঠাইত মদ- জুৱাৰ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে বৰপেটা জিলা আৰক্ষী- প্ৰশাসনে ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰ...

Read moreDetails

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰবেশ্যনাৰী বিষয়াসকলক সততা-নিষ্ঠাৰে দেশ সেৱাত ব্ৰতী হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

বৰ্তমান অসমলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে অহা ২০১৭ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰৱেশ্যনাৰী বিষয়াসকলে সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্যালয়...

Read moreDetails

লাহৰীঘাটৰ দুৰ্নীতিগ্ৰস্ত শিক্ষয়ত্ৰীৰ মইমতালিৰ বিৰুদ্ধে সৰৱ ৰাইজ: শিক্ষা মন্ত্রীৰ হস্তক্ষেপ দাবী

দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগটোত একাংশ শিক্ষকে অৰাজকতা চলাই থকাৰ ৰাজহুৱা অভিযোগ দীৰ্ঘদিন...

Read moreDetails
Page 5840 of 6055 1 … 5,839 5,840 5,841 … 6,055

Stay Connected

Recent News