শীর্ষ সংবাদ

নীলোৎপল-অভিজিতৰ হত্যাৰ উচিত বিচাৰৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল

ৰাজ্যবাসীক শোকাহত কৰি তোলা নীলোৎপল -অভিজিতৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে ৷ বিদেশৰ লগতে অসমৰ সৰ্বত্ৰ নীলোৎপল-অভিজিতৰ বৰ্বৰোচিত হত্যাৰ...

Read moreDetails

ডকমকা হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ পোষকতা মুখ্য মন্ত্ৰী সোণোৱালৰ

বৰ্বৰ ডকমকা হত্যাকাণ্ডৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পাই, তাৰ বাবে ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলোৱাৰ পোষকতা কৰিছে ৰাজ্যৰ মুখ্য মন্ত্রী...

Read moreDetails

ইন্দিৰা গান্ধীৰ মৃত্যুত হাঁহ মাৰি ভোজ খাইছিল ৰিপুণ বৰাই: কংগ্ৰেছৰ পৰা নিলম্বিত পাৰ্থপ্ৰতিম বৰা

বঙহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছত। মাথোঁ কেইদিনমান পূৰ্বে শ্ব’কজ নিদিয়াকৈ এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতিম বৰাক কংগ্ৰেছ দলৰ...

Read moreDetails

বাংগালোৰৰ অসমীয়া সমাজে কাৰ্বি আংলঙত নিহত যুৱক দুজনলৈ জনালে শ্ৰদ্ধাঞ্জলি

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰি গাঁৱত অলপতে  সোপাধৰা সন্দেহত নৃশংসভাৱে হত্যা কৰা গুৱাহাটী দুই যুৱকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ...

Read moreDetails

অষ্টলক্ষ্মীক পুনৰ উপেক্ষা: উত্তৰ পূব সীমান্ত ৰে’লৱেত বিলুপ্তি ঘটিব ৫৫০ পদৰ

প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ নিৱনুৱাক মাধমাৰ শোধাই উত্তৰ পূব সীমান্ত ৰে’লৱেত চলিত বিত্তীয় বর্ষত মুঠ ৫৫০টা পদৰ...

Read moreDetails

স্বাধীনতাৰ ৭০ বছৰ পিছতো উন্নয়নৰ পৰা বঞ্চিত প্ৰাকৃতিক সম্পদেৰে চহকী মাৰ্ঘেৰিটা সমষ্টি

অসমৰ পূৱ প্ৰান্তত বুঢ়ীদিহিং নৈ আৰু টিৰাপ সীমান্তৰ পাটকাই পাহাৰৰ পাদ দেশত বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ বসতি স্থল...

Read moreDetails

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সপোন বাস্তৱত ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিবঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্রফুল্ল মহন্ত

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ এলেকাধীন কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নগাঁৱৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে  নগাঁও চহৰৰ জিলা পুথিভঁ‌ড়ালত...

Read moreDetails

অখিল গগৈৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দুলাল বৰাৰ এজাহাৰ

কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দিচপুৰ থানাত বুধবাৰে আৰ টি...

Read moreDetails

এন আৰ চিত নাম নাহিব বুলি মানসিক চাপ সহ্য কৰিব নোৱাৰি ওদালগুৰিত এজনৰ আত্মহত্যা

নিজকে এগৰাকী ভাৰতীয় নাগৰিক বুলি প্ৰমান কৰিব নোৱাৰাৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি সোমবাৰে নিশা ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ...

Read moreDetails

ডকমকাৰ পানজুৰি গাঁৱৰ আৰ্থ-সামাজিক স্থিতিৰ অধ্যয়ন কৰিব নগাঁৱৰ এ ডি পি কলেজে

কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী চকিৰ অন্তৰ্গত পানজুৰি গাৱঁত সোপাধৰাৰ সন্দেহত বিগত ৮ জুনত দুজনকৈ নিৰীহ যুৱকক হত্যা কৰা ঘটনাৰ...

Read moreDetails
Page 5867 of 6054 1 … 5,866 5,867 5,868 … 6,054

Stay Connected

Recent News