শীর্ষ সংবাদ

এ পি এছ চি কেলেংকাৰী : ডি টি অ’ প্ৰসেনজিৎ ঘোষৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল আৰক্ষীৰ

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কেলেংকাৰি সন্দৰ্ভত বৃহস্পতিবাৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে আদালতত ষষ্ঠখন অভিযোগনামা দাখিল কৰে। আৰক্ষীয়ে লগতে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বঙাইগাঁৱত অগপৰ শংখনাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে অসম গণ পৰিষদ দলে শংখনাদ কাৰ্যসূচী আৰম্ভ কৰে। অগপই এই কাৰ্যসূচীৰ জৰিয়তে বিধেয়কখনৰ বিৰুদ্ধে...

Read moreDetails

শিক্ষকক ৰাজহুৱা গালিৰ নতুন ব্যাখ্যা হিমন্ত বিশ্বৰ; এইবাৰ স্বাস্থ্য বিভাগত গুণোৎসৱ?

মেট্ৰিকত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক মাতি আনি ৰাজহুৱাভাৱে পৰা গালি-গালাজৰ বাবেই এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি...

Read moreDetails

সাঁচিপাতৰ পুথিৰ পৃষ্ঠাত ভৰি আছে বৈজ্ঞানিক তত্ত্ব, মন্তব্য আৰ এছ এছ ৰ নেতা ড০ বশিষ্ঠ বুজৰবৰুৱাৰ

‘ৰাজ্যৰ সত্ৰ-নামঘৰ অথবা ভিতৰুৱা অঞ্চলত এতিয়াও আছে সাঁচিপাতৰ বহুতো পুথি। এইসমূহ সাঁচিপাতৰ সন্মুখত চাকি-ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰি থকা হৈছে। কিন্তু...

Read moreDetails

বিজেপিয়ে ধ্বংস কৰিলে অসমৰ সকলোতকৈ উৎকৃষ্ট খেলপথাৰখন, অভিযোগ অসম কৃষি বিশ্ববিদ্যালয়ৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক ‘ভাৰতৰ ক্ৰীড়া ৰাজধানী’ কৰি তুলিবলৈ সৰ্বপ্ৰচেষ্টা চলাই অহাৰ পৰতে অসমৰ এখন উৎকৃষ্ট খেলপথাৰ ‘ধ্বংস’ কৰাৰ...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ বিপৰীত ছবি বৰাকত : নাগৰিকত্ব বিধেয়ক গৃহীতৰ দাবীত পৃথক বৰাক দাবী সমিতিৰ অনশন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সময়তে বিধেয়ক গৃহীত কৰাৰ দাবীত আজিৰ পৰা অনির্দিষ্টকালীন...

Read moreDetails

সাৰদা কেলেংকাৰি: প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সাৰদা কেলেংকাৰীত এইবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ নাম।শেহতীয়াভাৱে তেওঁৰ...

Read moreDetails

প্ৰতিবাদৰ নামত কনমাণি শিশুক ঢকুৱাত উঠাই প্ৰখৰ ৰ’দত চোঁচৰাই লৈ ফুৰোৱা কাণ্ডৰ বিৰুদ্ধে এপিচিচিৰ তদন্ত

বুধবাৰে লখিমপুৰ জিলা কংগ্ৰেছে প্ৰতিবাদৰ নামত এটি ফুলকুমলীয়া শিশুক ঢকুৱাত উঠাই প্ৰখৰ ৰ’দত চোঁচৰাই লৈ ফুৰাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ...

Read moreDetails

পথ নিৰ্মাণক লৈ অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনা

অৰুণাচল প্ৰদেশৰ মাটিত অসমে পথ নিৰ্মাণ কৰাৰ অভিযোগক লৈ অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি অসম-অৰুণাচল...

Read moreDetails

৩০ জুনলৈ অপেক্ষা আৰু ইয়াৰ অন্তৰালৰ অভিসন্ধি…

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিবাদ তীব্ৰ হৈ অহাৰ লগে লগে অসম চৰকাৰ তথা বিজেপিৰ ভাষ্যও মন কৰিবলগীয়া হৈ...

Read moreDetails
Page 5875 of 6054 1 … 5,874 5,875 5,876 … 6,054

Stay Connected

Recent News