শীর্ষ সংবাদ

অখিল গগৈক ভাবুকি দিয়া ৰুদ্ৰসেনাৰ নেতাক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ

‘অসমত অসমীয়াক হত্যা কৰাৰ লগতে অখিল গগৈকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰ এছ এছ-বিজেপিয়ে’। ফে’ছবুকত এটা ভিডিঅ’ৰ জৰিয়তে অখিল গগৈ...

Read moreDetails

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰ একাডেমিত বৃক্ষৰোপণ কাৰ্যসূচী

আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ব জুৰি বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ দিচপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমিতো অতি...

Read moreDetails

চকা বন্ধৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰা ৬ বন্ধ সমৰ্থকক আটক ডবকা আৰক্ষীৰ

ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কালি সদৌ অসম মটৰ পৰিবহণ সংস্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত ডবকাত হিংসাত্মক কাৰ্য সংঘটিত কৰা...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত মটক ছাত্ৰ সন্থাৰ মুণ্ডন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জোৱাৰ।সোমবাৰে চকা বন্ধৰ মাজতেই ডিব্ৰুগড় জিলাৰ চাবুৱাত সদৌ অসম...

Read moreDetails

জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিলৰ বাবে অগপক নেতৃত্ব লোৱাৰ আহ্বান অসম সাহিত্য সভাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ ক্ষেত্রত অসম গণ পৰিষদক নেতৃত্ব ল’বলৈ কালি আনুষ্ঠানিকভাৱে আহবান জনায় জাতীয় অনুষ্ঠান অসম সাহিত্য...

Read moreDetails

শিৱসাগৰ জিলাৰ হালোৱাটিঙত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ দুৰ্ধৰ্ষ সদস্য

জয়সাগৰস্থিত দাও ডিভিজনৰ সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটা দলে সোমবাৰে আলফা (স্বা)ৰ এজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা গোপন...

Read moreDetails

‘মেক ইন নৰ্থইষ্ট’ আঁচনিৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি দিয়াৰ প্ৰয়াস কেন্দ্ৰৰ  

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি ‘মেক ইন ইণ্ডিয়া’ৰ দৰে উত্তৰ- পূৰ্বাঞ্চলতো ‘মেক ইন নৰ্থইষ্ট’ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে...

Read moreDetails

বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ নলবাৰী বিদ্যুৎ বিভাগৰ অভিযন্তা

বিদ্যুৎ বিলৰ বাবদ সংগৃহীত ৰাজহৰ ১৫ লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল বিদ্যুৎ বিভাগৰ নলবাৰীস্থিত সহকাৰী প্ৰবন্ধকৰ কাৰ্যালয়ৰ এজন...

Read moreDetails

চৰকাৰৰ আগতীয়া শংকাবোৰে এন আৰ চিত খেলিমেলি যে হৈছে তাৰহে ইংগিত কৰে : তৰুণ গগৈ

“এন আৰ চিৰ চূড়ান্ত খচৰা ওলাবৰ দিনা এটা আতংকময় পৰিস্থিতি হ'ব বুলি চৰকাৰ-প্ৰশাসনে ভাবিয়েই লৈছে। তাৰ বাবে তেওঁলোকে মকড্ৰিল পৰ্য্যন্ত...

Read moreDetails

পেঙেৰীত ২৭৫ গ্ৰাম ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

পেঙেৰীৰ ইনথেমত আজি ২৭৫ গ্ৰাম ড্ৰাগ্ছসহ এজন ব্যৱসায়ীক আটক কৰা হয়। ধৃত ড্ৰাগ্ছ ব্যৱসায়ীজনক সঞ্জীৱ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে। এখন...

Read moreDetails
Page 5878 of 6054 1 … 5,877 5,878 5,879 … 6,054

Stay Connected

Recent News