মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা হৈছে অসমীয়া জাতিৰ সংস্কৃতিক পৰিচয়স্বৰূপ। এই পৰিচয়ে অসম আৰু অসমীয়াক সমগ্ৰ বিশ্ব দৰবাৰত কৰি...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সেয়েহে আজি তৃতীয়...
Read moreDetailsঅৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। যদিহে এই বিধেয়ক সংসদত গৃহীত হয় তেন্তে...
Read moreDetailsকবিতাও যে জীৱনৰ অন্য এক ৰূপ তাক সকলোকে বুজাই দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ বয়স এতিয়া প্ৰায় চাৰিকুৰি পাঁচবছৰ। দৃষ্টিশক্তি...
Read moreDetailsদশক দশকজুৰি ৰে’ল মন্ত্ৰ্যালয়ে অসমবাসীৰ প্ৰতি কৰি অহা বঞ্চনাৰ প্ৰতিবাদত বহু কেইটা দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মিলতভাৱে অহা ১৫ মে’ত ৰঙিয়াৰ...
Read moreDetailsৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে আজি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সমীপত...
Read moreDetailsযোৱা কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ লগতে পাহাৰীয়া নৈৰ পানী বৈ আহি জাতিংগা-হাৰাংগাজাও ঘাইপথত যানবাহন চলাচল ব্যাহত হৈ...
Read moreDetailsম্যানমাৰৰ ৰহিংগীয়া শৰণাৰ্থীৰ জীৱন- মৰণৰ সমস্যাৰ ছবিখন বাতৰিৰ মাধ্যমেৰে সমগ্ৰ বিশ্ববাসীৰ আগত উন্মোচিত কৰাৰ বাবে সন্মানীয় ‘বাফটা’ বঁটা জয় কৰিবলৈ...
Read moreDetailsদেওবাৰে ৰাতিপুৱাৰ পৰাই ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আৰম্ভ হোৱা ঢোল-তাল,পেঁপা-গগনা,নাচনীৰ নাচোন, জাত জাত বিহু নাম আৰু ঐনিতমৰ সুৰৰ মাজৰে সামৰণি পৰিল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd