অসম লোকসেৱা আয়োগৰ (এপিএছচি) জড়িয়তে বাছনি লাভ কৰা ৩৪ গৰাকীৰ প্ৰাৰ্থীৰ বাছনিত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্যৰ উদ্যোগ...
Read moreDetailsদেওবাৰে বঙাইগাঁও জিলাৰ আই ভেলী বন সংমণ্ডলৰ অধীনৰ মানিকপুৰ সামাজিক বনানিকৰণ কাৰ্য্যালয়ত বঙাইগাঁও আৰু ধুবুৰী জিলা সামৰি নাৰ্ছাৰীৰ বাবে বাছনিকৃত ...
Read moreDetailsদেশবাসী বিশেষকৈ দুখীয়াসকলৰ বাবে অত্যাৱশ্যকীয় দৰৱ সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চাকাংক্ষী আঁচনি ‘জন ঔষধি...
Read moreDetailsএ পি এচ চি (APSC)ৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত চলি থকাৰ মাজতে ‘এ পি এচ চিৰ প্ৰাক্তন সদস্য তথা বৰপেটাৰ কলগাছিয়া...
Read moreDetailsপৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসনে আজি এক উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। ‘শ্যামলী চৰাইদেউ’ নামেৰে দেওবাৰে জিলা প্ৰশাসনে...
Read moreDetailsবন বিভাগৰ খালী থকা ৫০ টা ৰে’ঞ্জাৰ (ranger) পদৰ বাবে প্ৰাৰ্থী বিচাৰি অসম লোকসেৱা আয়োগে বিজ্ঞাপন জাৰি কৰিছে। পদসমূহৰ বাবে...
Read moreDetailsপ্ৰায় দুদিন পূৰ্বে গুৱাহাটীৰ পৰা পলাই যোৱা বুলি সন্দেহ কৰা এগৰাকী যুৱতী মুম্বাইৰ কাৰ্লা ৰেলৱে ষ্টেশ্যনত উদ্ধাৰ হোৱা ঘটনাক লৈ...
Read moreDetailsউত্তৰ- পূববাসীৰ বাবে এক সুখবৰ। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান হিচাপে খ্যাত ইণ্ডিয়া টুডেৰ পৰ্যটন বঁটাৰ বাবে নিৰ্বাচিত হৈছে নাগালেণ্ডৰ জুকু...
Read moreDetailsত্ৰিপুৰাৰ চৰকাৰী কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী মতে দৰমহা মোকলাই দিয়াৰ অৰ্থে শনিবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে উচ্চ ক্ষমতা...
Read moreDetailsবডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬২ সংখ্যক জন্ম দিৱস আজি কোকৰাঝাৰত পালন কৰা হয়। দতমাৰ থুলুংগাপুৰীত ব্ৰহ্মৰ সমাধিথলীত এবছুৱে আৰু বিটিচি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd