শীর্ষ সংবাদ

ধুবুৰীৰ পৰা শিলচৰলৈ পৰিবহণ বিভাগৰ বাছসেৱা মুকলি

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ বিভাগে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই দুই উপত্যকা সংযোগ কৰাৰ...

Read moreDetails

এন আৰ চি পিছুৱাবলৈ কৰা অসম চৰকাৰৰ অনুৰোধ পুনৰ প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ; বিধি-পথালি দিয়া দেশৰ মহাপঞ্জীয়কক সকীয়নি

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ ৩১ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’বই লাগিব আৰু সকলো খুঁটি-নাটি মাৰি ৩০ জুনত চূড়ান্ত...

Read moreDetails

অসম আৰক্ষীত মহিলা নিযুক্তিৰ ক্ষেত্ৰত হ’ব নিয়ম সংশোধন; নাৰীৰ বিৰুদ্ধে অপৰাধে ৰাইজৰ আস্থা হ্ৰাস কৰিছে : মুখ্য মন্ত্ৰী সোণোৱাল

অসম আৰক্ষীত মহিলাসকলৰ নিযুক্তিৰ ক্ষেত্ৰত থকা নিয়মত সংশোধন অনাৰ সিদ্ধান্ত লৈছে চৰকাৰে। মুখ্য মন্ত্ৰীৰ সভাপতিত্বত সোমবাৰে বহা এক বৈঠকত এই...

Read moreDetails

অচ্যুত কুমাৰ পাটোৱাৰীলৈ ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা

চলিত বৰ্ষত ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব ৰাজ্যৰ বিশিষ্ট সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীক। উল্লেখযোগ্য যে উত্তৰ...

Read moreDetails

ৰঙালী বিহু উপলক্ষে জেট এয়াৰৱেজে বিমান যাত্ৰীক আগবঢ়াব লাৰু-পিঠা

ৰঙালী বিহুৰ প্ৰাকক্ষণত যাত্ৰীক আকৰ্ষিত কৰিবলৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ব্যক্তিগত বিমান পৰিবহণ প্ৰতিষ্ঠান জেট এয়াৰৱেজে। সেই অনুসৰি বিমানৰ...

Read moreDetails

য়েছে দৰ্জে ঠংছিৰ উপন্যাসৰ আধাৰত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ অসমীয়া পৰিচালকৰ

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ ‘মিশ্বিং’ নামৰ উপন্যাসৰ আধাৰত একে নামত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ কৰিছে অসমীয়া পৰিচালক ববী...

Read moreDetails

সোমবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড় গণনা

সুদীৰ্ঘ তিনিবছৰৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গঁড় গণনা প্ৰক্ৰিয়া। গঁড় নিধনৰ বাবে সততে বাতৰিৰ শিৰোনাম দখল...

Read moreDetails

ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ

বটদ্ৰবাত যোৱা শুকুৰবাৰে সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক জাকিৰ হুছেইনক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে অসম...

Read moreDetails

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত ২৮ মাৰ্চত বৰপেটাত প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে

শিক্ষাৰ ব্যক্তিগতকৰণৰ স্বাৰ্থত ৰাজহুৱা শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিকে ধৰি  বিভিন্ন দাবীত অহা ২৮ মাৰ্চত বৰপেটা চহৰত...

Read moreDetails

নাৰীৰ বিৰুদ্ধে সংঘটিত অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

যি দেশত নাৰীৰ সন্মান নাই , সেই দেশৰ উন্নতি নাই। সমাজত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নাৰীৰ অধিকাৰসমূহো নিশ্চিত কৰিব লাগিব।...

Read moreDetails
Page 5963 of 6054 1 … 5,962 5,963 5,964 … 6,054

Stay Connected

Recent News