সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত পুনৰ আদালতে চমন জাৰি কৰিছে বলীউডৰ অভিনেত্ৰী নোৰা ফতেহীক। ২ নৱেম্বৰত দিল্লীৰ ৰাউজ...
Read moreDetailsদিল্লীৰ মংগলপুৰী ঔদ্যোগিক তালুকাৰ এটা জোতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত ফেজ-১এ...
Read moreDetailsঅৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক নাগৰিকে। অৰুণাচলৰ...
Read moreDetails২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ বিদ্ৰোহৰ সন্মুখীন হৈ পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হেলিকপ্টাৰত উঠাৰ...
Read moreDetailsগুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ আহিছে। ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি...
Read moreDetailsহৰমুজত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। এইবাৰ সম্পূৰ্ণ নতুন ধৰণেৰে। ড্ৰোন আক্ৰমণ আৰু মিছাইল আক্ৰমণৰ পিছত এইবাৰ ব্যৱহাৰ কৰা হৈছে...
Read moreDetailsদুজন প্ৰাপ্তবয়স্কৰ মাজত পাৰস্পৰিক সন্মতিৰে গঢ়ি উঠা সম্পৰ্কৰ পৰিসমাপ্তি ঘটিলেই পূৰ্বৰ যৌন সম্পৰ্কক ধৰ্ষণৰ গোচৰলৈ ৰূপান্তৰ কৰিব পাৰিনে? এজন পুৰুষৰ...
Read moreDetailsভাৰতীয় মহাকাশ গৱেষণাৰ দিশত এক নতুন দিগন্ত। ইছৰ’ই নতুন প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ (NVS-03)সফলতাৰে উৎক্ষেপণ কৰে। এই উপগ্ৰহটো GSLV-F18 ৰকেটত...
Read moreDetailsযমুনা নদীৰ প্ৰদূষণক লৈ দিল্লীৰ ৰাজনীতিত চলি থকা বাক্যুদ্ধৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে বিজেপিৰ সাংসদ মনোজ তিৱাৰী। বৃহস্পতিবাৰে দিল্লীৰ সোনিয়া...
Read moreDetailsগুৱাহাটীৰ জনপ্ৰিয় খাদ্য প্ৰতিষ্ঠান ভাৰতীয় জলপানৰ একাধিক শাখাত অভিযান চলালে ৰাজ্যিক জিএছটি বিভাগে। বিগত পাঁচ বছৰৰ আৰ্থিক লেনদেন আৰু হিচাপ-নিকাচত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd