শীর্ষ সংবাদ

‘বেইল যদি আইন, জেইল যদি ব্যতিক্ৰম’, তেন্তে কিয় পাঁচ বছৰে কাৰাগাৰতে আছে ওমৰ ‎খালিদ?‎

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত ওমৰ খালিদ বিনা বিচাৰে আজি পাঁচ বছৰ জেলত আৱদ্ধ হৈ আছে। প্ৰখ্যাত ইতিহাসবিদ আৰু লেখক...

Read moreDetails

কিন্নৰৰ ভেশত ৰে’লযাত্ৰীক হাৰাশাস্তি! এতিয়া পোনপটীয়াকৈ অভিযোগ দিব পাৰিব ৰে’লৱেক

ৰে’লযাত্ৰাৰ সময়ত কিন্নৰৰ (Transgender community) ভেশ ধৰি ধন দাবী কৰা বা হাৰাশাস্তি কৰাৰ অভিযোগ বৃদ্ধি পোৱাৰ পিছতে ভাৰতীয় ৰে’লৱেই এক...

Read moreDetails

জুবিন গাৰ্গে কিয় ন্যায় লাভ নকৰে? ফেচবুক লাইভত বিধায়ক অখিল গগৈৰ গুৰুতৰ প্ৰশ্ন

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক ফেচবুক লাইভ ভিডিঅ' বাৰ্তাৰ জৰিয়তে সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত তদন্তৰ বৈধতাক লৈ...

Read moreDetails

জনজাতিকৰণৰ দাবী : সোণাৰিত হাজাৰ হাজাৰ চাওঁতাল লোকৰ প্ৰতিবাদী সমদল

অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা আৰু ভূমিৰ অধিকাৰৰ দাবীত সোমবাৰে সোণাৰিৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ খিলঞ্জীয়া চাওঁতাল জনগোষ্ঠীৰ লোক।...

Read moreDetails

পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ চলাইছে পাকিস্তানেঃ ট্ৰাম্পৰ দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শেহতীয়াকৈ পাকিস্তানে সক্ৰিয়ভাৱে পাৰমাণৱিক পৰীক্ষণ চলাই আছে বুলি কৰা দাবীক লৈ বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।...

Read moreDetails

এয়া ব্যক্তিগত কাজিয়া নে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ বিষয়? গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত প্ৰশ্ন আপৰ

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক্‌ আৰু ইয়াক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদজনৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰকাশ কৰি অহা...

Read moreDetails

আম্বানীৰ ‘বনতাৰা’ৰ বন্যপ্ৰাণী আমদানিত CITES-এ ধৰা পেলালে ব্যাপক অনিয়ম: আমদানি বন্ধ কৰাৰ আহ্বান

বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিৰ সচিবালয়ে (CITES) শেহতীয়াকৈ স্থায়ী সমিতিলৈ দাখিল কৰা এক প্ৰতিবেদনত গুজৰাটৰ জামনগৰত অৱস্থিত...

Read moreDetails

তেলেংগানাত শোকাৱহ পথ দুৰ্ঘটনা: যাত্ৰীবাহী বাছৰ ওপৰত বাগৰিল শিলভৰ্তি ট্ৰাক, শিশুসহ ২১ জন নিহত

সোমবাৰে তেলেংগানাৰ ৰঙ্গাৰেড্ডী জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ ২১ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।...

Read moreDetails

গাড়ীৰ পৰা নমাই এম বি এ ছাত্ৰীক অপহৰণৰ পিছত দলবদ্ধ ধৰ্ষণ, প্ৰেমিকক প্ৰহাৰ

দেওবাৰে তামিলনাডুৰ কইম্বাটুৰ বিমানবন্দৰৰ সমীপত সংঘটিত হয় এক ভয়ানক ঘটনা। এগৰাকী এম বি এ ছাত্ৰীক গাড়ীৰ পৰা বলপূৰ্বকভাৱে নমাই নিয়াৰ...

Read moreDetails

বিকাশ অসমৰ বিৰুদ্ধে দিছপুৰ থানাত পুনৰ গোচৰ: ফাঁচীবজাৰৰ ব্যৱসায়ীক ধন দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ থানাত ধন দাবীৰ আন এক গুৰুতৰ অভিযোগ ৰুজু হৈছে। এইবাৰ...

Read moreDetails
Page 699 of 6059 1 … 698 699 700 … 6,059

Stay Connected

Recent News