DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চি বি এছ ইৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 9:19 am
1.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে ইয়াৰ অধীনৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহ অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব আৰু ৩ এপ্ৰিলত শেষ হ’ব।

আনহাতে দশম শ্ৰেণীৰ পৰীক্ষা সমূহ ২১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈ ২৯ মাৰ্চত শেষ হ’ব।দুয়োটা পৰীক্ষাৰ সূচী ইতিমধ্যে পৰিষদে নিজৰ ৱেবছাইটত আপলোড কৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষালৈ যাতে ভালদৰে প্ৰস্তুতি চলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আগতীয়াকৈ চি বি এছ ইয়ে পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে।

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে জানিবলৈ দিছে যে দুয়োটা পৰীক্ষাৰ ফলাফলসমূহ জুন মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব। লগতে ঘোষিত পৰীক্ষা সূচী ভৱিষ্যতে কোনো ধৰণৰ সালসলনি কৰা নহয় বুলিও ঘোষণাটোৰ জৰিয়তে চি বি এছ ইয়ে স্পষ্ট কৰি দিছে।

উল্লেখযোগ্য যে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত চি বি এছ ইৰ অধীনৰ হাজাৰ হাজাৰ বিদ্যালয় আছে আৰু এই বিদ্যালয়বোৰত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

তলত দুয়োটা পৰীক্ষাৰ সূচীৰ লিংক দিয়া হ’ল-

http://cbse.nic.in/newsite/circulars/2018/Class-XII_dt_sheet.pdf

http://cbse.nic.in/newsite/circulars/2018/Class-X_datesheet.pdf

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd