• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ কঠোৰ সিদ্ধান্ত, বিএছএফৰ ডিজি আৰু তেওঁৰ ডেপুটিক অপসাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 10:15 am
বিএছএফৰ সঞ্চালক প্ৰধান নীতিন আগৰৱাল আৰু বিশেষ উপ-সঞ্চালক প্ৰধান (পশ্চিম) ৱাই বি খুৰানিয়া। ফটোঃ সংগ্ৰহীত।

বিএছএফৰ সঞ্চালক প্ৰধান নীতিন আগৰৱাল আৰু বিশেষ উপ-সঞ্চালক প্ৰধান (পশ্চিম) ৱাই বি খুৰানিয়া। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰই শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সঞ্চালক প্ৰধান নীতিন আগৰৱাল আৰু তেওঁৰ বিশেষ উপ-সঞ্চালক প্ৰধান (পশ্চিম) ৱাই বি খুৰানিয়াক অপসাৰণ কৰে। চৰকাৰী নিৰ্দেশ অনুসৰি তেওঁলোকক পুনৰ ৰাজ্য কেডাৰলৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰী নিৰ্দেশ তৎক্ষণাত কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে।

নীতিন আগৰৱাল ১৯৮৯ বেটচৰ কেৰেলা কেডাৰৰ আছিল। ৱাই বি খুৰানিয়া ১৯৯০ বেটচৰ ওড়িশা কেডাৰৰ অন্তৰ্গত আছিল।

যোৱা বছৰৰ জুন মাহত বি এছ এফৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল নীতিন আগৰৱালে। খুৰানিয়া, বিশেষ ডিজি (পশ্চিম) হিচাপে পাকিস্তান সীমান্তত বাহিনী গঠনৰ নেতৃত্ব দিছিল।

Apply Now

কেবিনেটৰ নিযুক্তি সমিতিয়ে জাৰি কৰা এক সুকীয়া আদেশত কোৱা হৈছে যে তেওঁলোকক “তাৎক্ষণিকভাৱে কাৰ্যকৰী” হোৱাকৈ অপসাৰণ কৰা হৈছে।

লগতে পঢ়কঃ বিতৰ্কৰ পিছত এন টি এয়ে ঘোষণা কৰিলে UGC NET পৰীক্ষাৰ নতুন তাৰিখ

কিয় এই সিদ্ধান্ত? সূত্ৰ অনুসৰি বি এছ এফৰ এই দুগৰাকী শীৰ্ষ বিষয়াক অপসাৰণ কৰাৰ আঁৰৰ মূল কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবাধ অনুপ্ৰৱেশ। বি এছ এফৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে সমন্বয়ৰ অভাৱকে ধৰি গুৰুতৰ অভিযোগ উত্থাপন হৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে।

প্ৰায় ২.৬৫ লাখ জোৱান থকা বি এছ এফে পশ্চিমে পাকিস্তান আৰু পূবে বাংলাদেশৰ সীমান্ত পহৰা দিয়ে।

শেহতীয়াকৈ উপত্যকাটোত উগ্ৰপন্থী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে যোৱা সপ্তাহত ৰাজৌৰীৰ এটা সেনা শিবিৰত আক্ৰমণ কৰাকে ধৰি উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ফলত জম্মু-কাশ্মীৰৰ নিৰাপত্তা কেন্দ্ৰই  নতুনকৈ পৰ্যালোচনা কৰিছে। তাৰ মাজতে চৰকাৰৰ এই পদক্ষেপ অতি তাৎপৰ্যপূৰ্ণ।

লগতে পঢ়কঃ বিশ্বকাপৰ ছন্দ হেৰাল! ব্যৰ্থ কোহলী, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ হ’ল টাই

বিগত দুমাহত বিশেষকৈ পীৰ পাঞ্জালৰ দক্ষিণ অংশত আক্ৰমণ আৰু এম্বুছ নিয়মীয়াকৈ সংঘটিত হৈ পৰিছে—য’ত দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীৰ ভাবুকি কম আছিল। শেহতীয়াকৈ তাৰ মাজতে নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছিল। এই আক্ৰমণত দুজন সেনা বিষয়া নিহত হোৱাৰ লগতে এজন লস্কৰ-ই-তৈবা স্নাইপাৰ আৰু এজন বিস্ফোৰক বিশেষজ্ঞকে ধৰি দুজন পাকিস্তানী উগ্ৰপন্থী নিহত হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd