• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কৰ পিছত এন টি এয়ে ঘোষণা কৰিলে UGC NET পৰীক্ষাৰ নতুন তাৰিখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 8:54 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদিও ১৮ জুনত সমগ্ৰ দেশতে UGC NET পৰীক্ষা অনুষ্ঠিত হৈছিল, কিন্তু পৰীক্ষাৰ এদিন পিছতে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছিল। সেই ঘটনাৰ প্ৰায় ২ মাহৰ পিছত পুনৰ এই পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ)ই। এই পৰীক্ষা ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব।

শুকুৰবাৰে এনটিএই প্ৰকাশ কৰিছে ইউজিচি নেট পৰীক্ষাৰ বিশদ সময়সূচী। য’ত কোৱা হৈছে যে ২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে ইউজিচি নেটৰ আয়োজন কৰা হ’ব। এই পৰীক্ষা কম্পিউটাৰ বা চিবিটিৰ জৰিয়তে অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ বিশ্বকাপৰ ছন্দ হেৰাল! ব্যৰ্থ কোহলী, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ হ’ল টাই

Apply Now

জানিব পৰা মতে, মুঠ ৮৩টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ দুটা অৰ্ধত (হাফ) পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ বাবে পৰীক্ষাৰ চিটি স্লিপ নিৰ্দিষ্ট ৱেবছাইটৰ পৰা ১০ দিন আগতে সংগ্ৰহ কৰিব পাৰিব।

উল্লেখ্য যে দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক, জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু পি.এইচ.ডি.ত নামভৰ্তিৰ যোগ্যতা নিৰ্ণায়ক এই পৰীক্ষা চলিত বৰ্ষৰ ১৮ জুনত অনুষ্ঠিত হৈছিল। অৱশ্যে পৰীক্ষাৰ পূৰ্বে সময়ে সময়ে টেলিগ্ৰামত প্ৰশ্নকাকতৰ স্ক্ৰীণশ্বট পোষ্ট কৰা হৈছিল। একাধিক লিংকো পোষ্ট কৰা হয়। এই খবৰ যেতিয়া শিক্ষা মন্ত্ৰালয়লৈ আহিল, তেতিয়া প্ৰশ্নকাকতখন ঠিক একেই হোৱা দেখা গ’ল। ইয়াৰ পিছতে শিক্ষা মন্ত্ৰালয়ে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰে। যদিও পৰীক্ষা সম্পূৰ্ণ হৈছিল, পিছদিনা পৰীক্ষা বাতিল কৰা হৈছিল।

লগতে পঢ়কঃ মৰিয়াই মৰিয়াই মাটিত পুতি থোৱা যুৱকৰ প্ৰাণ বচালে পথৰ ভতুৱা কুকুৰে : কিন্তু কেনেকৈ?

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দুস্কৃতিকাৰীয়ে সেই প্ৰশ্নকাকত ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাত বিক্ৰী কৰিছিল। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে টেলিগ্ৰামেই প্ৰশ্ন ফাদিলৰ অভিকেন্দ্ৰ আছিল। অৱশ্যে টেলিগ্ৰাম গ্ৰুপৰ এডমিনসকলৰ হাতত ক’ৰ পৰা আহিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd