• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সপ্তাহত ৪দিন কাম, ৩ দিন ছুটী! নতুন শ্ৰমবিধি আনিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2021 6:22 pm

1 min read

Indian Govt. office

প্ৰতিনিধিত্বমূলক ফটো।

524
VIEWS
Share on FacebookShare on Twitter

সপ্তাহত মাত্ৰ ৪দিন কাম কৰিলেই হ’ব। কেন্দ্ৰীয় চৰকাৰে লেবাৰ কোড বা শ্ৰমবিধিৰ অধীনত সোনকালেই এনে এক বিকল্প প্ৰদান কৰিবলৈ আগবাঢ়িছে।

অৱশ্যে সেয়া বাধ্যতামূলক নহয়। সপ্তাহত ৫দিন বা ৬দিন কাম কৰাৰো সুযোগ থাকিব। কিন্তু সামগ্ৰিকভাৱে সপ্তাহত ৪৮ঘন্টা কাম কৰিব লাগিব।

কেন্দ্ৰীয় শ্ৰম সচিব অপূৰ্ব চন্দ্ৰই সোমবাৰে এক সংবাদমেলত জানিবলৈ দিয়ে যে দেশৰ সংস্থাসমূহে সপ্তাহত কিমানদিন কাম কৰোৱাৰ দিশে যাব পাৰে তাক লৈ তিনিটা বিকল্প আগবঢ়োৱা হ’ব।

এই বিকল্প অনুসৰি, দিনে ১২ ঘন্টাকৈ সপ্তাহত ৪দিন, দিনে ১০ ঘন্টাকৈ কাম কৰিলে সপ্তাহত ৫দিন আৰু সপ্তাহত ৬দিন কাম কৰিলে দিনে ৮ঘন্টাকৈ কাম কৰিব লাগিব।

সেই অনুসাৰে, সপ্তাহত ৪দিন কাম কৰা সকলে ৩দিন ছুটী পাব। সপ্তাহত ৫দিন কাম কৰা সকলক নতুন সপ্তাহ আৰম্ভ হোৱাৰ পূৰ্বে ২দিন ছুটী দিব লাগিব। আকৌ সপ্তাহত ৬দিন কাম কৰা সকলে এদিনৰ ছুটী লাভ কৰিব।

অৱশ্যে, কেন্দ্ৰীয় শ্ৰম সচিবগৰাকীয়ে জানিবলৈ দিয়ে যে কোনো বিধি মানিবলৈ কৰ্মচাৰী বা সংস্থাসমূহক জোৰ জবৰদস্তি কৰা নহ’ব।

দেসত কৰ্ম সংস্কৃতিত অহা পৰিৱৰ্তনৰ সৈতে সন্তুলন ৰক্ষা কৰি কৰ্মবিধিৰ ক্ষেত্ৰত মাথোঁ কিছু শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে, চূড়ান্ত বিধি প্ৰস্তুত কৰোতে কিছু পৰিৱৰ্তন অনা হ’ব।

স্বাভাৱিকতে এই বিধি প্ৰস্তুত হোৱাৰৰ পাছত দেশৰ কৰ্মক্ষেত্ৰসমূহত কিছু পৰিৱৰ্তন নিশ্চয় লক্ষ্য কৰা যাব।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd