• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই বিমানবন্দৰত অপ্ৰীতিকৰ পৰিস্থিতি; ১৮০০টা খালী পদৰ বাবে ১৫ হাজাৰ লোক উপস্থিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 12:24 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়া এয়াৰপ’ৰ্ট চাৰ্ভিচেছ লিমিটেডে চলোৱা ৱাক-ইন ইন্টাৰভিউত হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থী উপস্থিত হোৱাৰ ফলত মঙলবাৰে মুম্বাইৰ কলিনাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।হেণ্ডিমেন আৰু ইউটিলিটি এজেণ্টৰ পদৰ বাবে প্ৰায় ১৫ হাজাৰ লোকে উপস্থিত হৈছিল৷

সীমিত পদ খালী হোৱাৰ পাছতো নিযুক্তি কাৰ্যালয়ৰ বাহিৰত বিপুল জনসমাগম দেখা গ’ল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে আৰু ষ্টেম্পেডৰ দৰে পৰিস্থিতি ৰোধ কৰিবলৈ আবেদনকাৰীসকলক ৰিজ্যুম জমা দি সেই স্থান এৰি যাবলৈ কোৱা হয়।

এভিয়েশন ইণ্ডাষ্ট্ৰী এম্প্লয়িজ গিল্ডৰ সাধাৰণ সম্পাদক জৰ্জ আব্ৰামে নিযুক্তি প্ৰক্ৰিয়াটো ভুলকৈ পৰিচালনা কৰা বুলি কয় আৰু দাবী কৰে যে ৫০ হাজাৰ চাকৰি প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত উপস্থিত হৈছে।

আব্ৰামে কয় যে, “তাত মোৰ সূত্ৰ অনুসৰি প্ৰায় ৫০ হাজাৰ লোক উপস্থিত হৈছিল। আমি কোম্পানীটোক এনে ড্ৰাইভৰ বিৰুদ্ধে সকীয়াই দিছিলোঁ। ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শাৰী আছিল। আৰক্ষীক মাতিব লাগিছিল।”

পদসমূহৰ বাবে ন্যূনতম তম অৰ্হতা SSC/10th উত্তীৰ্ণ আৰু সৰ্বোচ্চ বয়স ২৩ বছৰ।দৰমহা প্ৰতিমাহে ২২,৫৩০ টকা নিৰ্ধাৰণ কৰা হৈছিল। ৩ বছৰৰ নিৰ্দিষ্ট ম্যাদী চুক্তিৰ ভিত্তিত এই পদটো আছিল।

ইউনিয়নে ৫০ হাজাৰ আবেদনকাৰী উপস্থিত হোৱা বুলি কোৱাৰ বিপৰীতে এআই এয়াৰপৰ্ট চাৰ্ভিচেছ লিমিটেডৰ চিইঅ’ ৰামবাবু চিন্তালাচেৰুভুৱে কয় যে আবেদন পত্ৰ জমা দিবলৈ “প্ৰায় ১৫ হাজাৰ লোক” আহিছিল।

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়া এয়াৰপৰ্ট চাৰ্ভিচেছ লিমিটেড পূৰ্বতে এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচেছ লিমিটেড নামেৰে জনাজাত আছিল।

৯ জুলাইত গুজৰাটত একেধৰণৰ ষ্টেম্পেডৰ দৰে পৰিস্থিতিৰ সাক্ষী হৈছিল যেতিয়া অংকলেশ্বৰত ৪০টা খালী পদৰ বাবে অনুষ্ঠিত কৰা ৱাক-ইন সাক্ষাৎকাৰত প্ৰায় ১০০০ লোক উপস্থিত হৈছিল।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd