DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Aadhaar Update: বাতিল কৰা হৈছে লাখ লাখ আধাৰ নম্বৰ! আপোনাৰটো সুৰক্ষিত আছেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2022 3:06 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

225
VIEWS
Share on FacebookShare on Twitter

UIDAI cancels 6 lakh fake Aadhaar কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া (ইউ আই ডি এ আই)ই প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে। UIDAI-ৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা বা নকল আৰু এই আধাৰ কাৰ্ডবোৰ বেছিভাগ অপৰাধমূলক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেয়ে চৰকাৰৰ সন্মতি লৈ এই সিদ্ধান্ত লোৱা হৈছে।

চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড সম্পৰ্কীয় জালিয়াতি প্ৰতিৰোধ কৰিবলৈ অধিক কঠোৰ পদক্ষেপ লোৱা হৈছে। ডেম’গ্ৰাফিক মেটচিং প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে, যদি নতুন নাম এটা তালিকাভুক্ত কৰা হয় তেন্তে বায়োমেট্ৰিক মিলাটোও এতিয়া বাধ্যতামূলক। এইবাৰ ফটোও বাধ্যতামূলক কৰা হৈছে।

আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত নে কেনেকৈ জানিব?

ক) আপুনি ইউআইডিএআইৰ অফিচিয়েল ৱেবছাইট (https://resident.uidai.gov.in/offlineaadhaar)লৈ যাব লাগিব।

খ) ইয়াৰ পিছত ‘আধাৰ ভেৰিফাই’ বিকল্পটো বাছনি কৰক।

গ) এইবাৰ আপোনাৰ ১২ সংখ্যাৰ আধাৰ নম্বৰ বা ‘ভাৰ্চুৱেল আইডি’ দিয়ক।

ঘ) নম্বৰটো টাইপ কৰাৰ পিছত স্ক্ৰীণত প্ৰদৰ্শিত সুৰক্ষা কোড দিয়ক আৰু এটা ওৱান টাইম পাছৱৰ্ড বা অ’টিপিৰ বাবে অনুৰোধ কৰক।

ঙ) অ’টিপি আপোনাৰ পঞ্জীভুক্ত ম’বাইল নম্বৰলৈ আহিব। সেই অ’টিপিটো ৱেবছাইটত লিখক।

ইয়াৰ পিছত ৱেবছাইটত এটা নতুন পেজ খোল খাব য’ত আপোনাৰ আধাৰ নম্বৰ শুদ্ধ নে নহয় লিখা থাকিব।

Recent News

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd