• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শান্ত হ’ব অশান্ত লাডাখ! : পাংগং হ্ৰদৰ পৰা চীনে প্ৰত্যাহাৰ কৰিছে চীনা সৈন্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 9:04 pm

2 min read

index.jpgnn
410
VIEWS
Share on FacebookShare on Twitter

লাডাখ সীমান্তৰ পাংগং হ্ৰদৰ পৰা সেনা পত্যাহাৰ কৰিছে চীন আৰু ভাৰতে।

চীন চৰকাৰৰ নিয়ন্ত্ৰিত সংবাদ সংস্থা ‘গ্লোবেল টাইমছ’ৰ উদ্ধৃতিৰে এএনআই-এ প্ৰকাশ কৰিছে এই বাতৰি।

চীনৰ সংবাদ সংস্থাটোৱে দাবী কৰিছে যে বুধবাৰৰ পৰা পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ পৰা ভাৰত আৰু চীনে সেনা প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

Chinese and Indian border troops on the southern and northern shores of Pangong Lake began disengagement as planned on Wednesday according to the consensus reached during the ninth round of military commander-level talks, reports Chinese media quoting Chinese Defence Ministry pic.twitter.com/J9d0iOQFWg

— ANI (@ANI) February 10, 2021

দুই দেশৰ সামৰিক বাহিনীৰ শেহতীয়া আলোচনাৰ সিদ্ধান্তৰ মৰ্মে দুই দেশে বিবাদিত স্থানটোৰ পৰা নিজ নিজ সৈন্য বাহিনীক প্ৰত্যাহাৰ কৰিছে বুলি চীনা প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিশ্চিতি প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে সংবাদ সংস্থাটোৱে।

ইফালে প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে লাডাখৰ দুৰ্গম পাহাৰীয়া অঞ্চলটো প্ৰচণ্ড ঠাণ্ডাৰ বাবে দীৰ্ঘকাল তাতে সেনা মোতায়েন কৰি ৰখাটো সম্ভৱ নহয়। এই বাবেই চীনে কৌশলগতভাৱে পাংগং হ্ৰদৰ পৰা সেনা বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে বিশ্লেষকসকলে।

উল্লেখ্য যে বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চীনা সৈন্য বাহিনীয়ে লাডাখত আগ্ৰাসীৰূপ ধাৰণ কৰিছিল। দুই দেশৰ সেনা বাহিনীৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰো সূত্ৰপাত হৈছিল, য’ত ২০ জনকৈ ভাৰতীয় সৈন্য ছহিদ হৈছিল।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd