• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মর্মান্তিক ঘটনা! নাটকত ভগত সিঙৰ ফাঁচীৰ আখৰা; ডিঙিত ফাঁচ লাগি মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2022 8:42 am
দুৰ্ভগীয়া সঞ্জয় গৌড়া।

দুৰ্ভগীয়া সঞ্জয় গৌড়া।

153
VIEWS
Share on FacebookShare on Twitter

Student dies while rehearsing Bhagat Singh’s Execution নাটকৰ আখৰাত এক কৰুণ ঘটনাৰ সাক্ষী হৈ ৰ’ল কৰ্ণাটকৰ চিত্ৰদুৰ্গা। ভগত সিঙৰ ফাঁচীৰ দৃশ্যৰ আখৰা চলিছিল। অজানিতে ‘ফাঁচী’ৰ ৰছী টানি ধৰি শ্বাসৰুদ্ধ হৈ মৃত্যু বৰণ কৰিলে সপ্তম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে। ঘৰলৈ উভতি আহি পৰিয়ালৰ সদস্যসকলে ল’ৰাটোৰ ওলমি থকা মৃতদেহটো দেখি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এনেদৰে পুত্ৰৰ এই মৃত্যুক কোনোমতে মানি ল’ব পৰা নাই পৰিয়ালে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে।

লগতে পঢ়ক: আপোনাৰ নামৰ কাষত আছে ব্লু টিক! এইবাৰ টকা বিচাৰিব পাৰে টুইটাৰে

কৰ্ণাটকৰ চিত্ৰদুৰ্গাৰ বাসিন্দা ১২ বছৰীয়া সঞ্জয় গৌড়াই বিদ্যালয়ৰ নাটকত অংশগ্ৰহণ কৰিছিল। দেশপ্ৰেমমূলক নাটকখনত সপ্তম শ্ৰেণীৰ সঞ্জয়ে বিপ্লৱী ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল। তাত এটা ফাঁচীৰ দৃশ্য আছিল। স্কুলত তেওঁ সকলোৰে সৈতে ৰিহাৰ্চেল কৰে। কিন্তু ঘৰলৈ উভতি অহাৰ পাছতো তেওঁ নাটকৰ অনুশীলনত ব্যস্ত আছিল। খালী ঘৰ এটা পোৱাৰ পিছত তেওঁ তাত নিজে আখৰা কৰিবলৈ আৰম্ভ কৰিলে।

ভগত সিঙৰ ওলমি থকা দৃশ্যটো অধিক বিশ্বাসযোগ্য কৰি তুলিবলৈ তেওঁ বাৰে বাৰে দৃশ্যটোৰ ৰিহাৰ্চেল কৰি আছিল। তেতিয়াই বিপদটো ঘটে। সঞ্জয় গৌড়াৰ ডিঙিত ফাঁচ লাগি মৃত্যু হয়। ঘৰলৈ উভতি আহি পৰিয়ালৰ সদস্যসকলে এনে দৃশ্য দেখি শোকত ভাগি পৰে। আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁ ঘৰৰ ফেনত ৰছী এডাল লৈ ফাঁচীৰ অনুশীলন কৰি আছিল। সুৰক্ষাৰ বাবে ভৰিৰ তলত এখন চকীও ৰাখিছিল। কিন্তু চম্ভালিব নোৱাৰাত সেইখন পৰি যায়। তেতিয়া সঞ্জয়ে ডিঙিত ৰছী লগা অৱস্থাত পৰিস্থিতিটো চম্ভালিব নোৱাৰিলে। শ্বাসৰুদ্ধ হৈ তেওঁৰ মৃত্যু ঘটে।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা: দ্ৰুতবেগী গাড়ীয়ে মহতিয়াই নিলে তীৰ্থযাত্ৰীক, সাতগৰাকীৰ মৃত্যু

আৰক্ষীয়ে অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত কৰি আছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd