• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ বিশিষ্ট কমিউনিষ্ট তথা শ্ৰমিক নেতা মুহি বৰুৱাৰ মৃত্যু

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 17, 2020 6:20 pm

1 min read

FB_IMG_1602927184889
290
VIEWS
Share on FacebookShare on Twitter

চিপিআইৰ ৰাজ্যিক পৰিষদৰ সদস্য, কমিউনিষ্ট তথা শ্ৰমিক নেতা মুহি বৰুৱাৰ আজি পুৱা ৬.২০ বজাত ডিব্ৰুগড়ৰ সঞ্জীৱনূ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৪ বছৰ।

শিৱসাগৰৰ বেতবাৰী কোৱামৰাত জন্ম গ্ৰহণ কৰা মুহি বৰুৱা অৱসৰপ্ৰাপ্ত অ’এনজিচিৰ কৰ্মচাৰী আছিল।

ইয়াৰোপৰি তেওঁ অ’এনজিচি ৱৰ্কাৰ এচ’চিয়েচনৰ প্ৰাক্তন সম্পাদক, এআইটিইউচিৰ ৰাজ্যিক উপ সভাপতি আৰু জিলা সম্পাদক, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বৰ্তমানৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰয়াত মুহি বৰুৱাৰ নশ্বৰ দেহ আবেলি শিৱসাগৰৰ চিপিআইৰ জিলা কাৰ্যালয়লৈ অনা হয় আৰু ইয়াতে তেওঁক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

চিপিআইৰ জিলা পৰিষদৰ হৈ কনক গগৈ, ধৰ্ম বৰুৱা,  এআইটিচিৰ হৈ প্ৰণৱ চেতিয়া, মদন বৰুৱা, নৰেন বৰুৱা, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ হৈ সত্যেন্দ্ৰ গগৈ, ৰিকু বৰগোঁহাইয়ে শ্ৰদ্ধাঞ্জলি জনায়।

আনহাতে অ’এনজিচি ৱৰ্কাচ এচ’চিয়েচন, চিপিআই যোৰহাট পৰিষদ,  চিপিআই নাজিৰা মহকুমা পৰিষদ, নিখিল ভাৰত কৃষক সভা জিলা পৰিষদ, আইএনটিইউচি, এআইৱাইএফ, ৰংপুৰ পিৰাচীন কৃৰ্তিচিহ্ন সমিতি, অসম মহিলা সংঘ, অ’এনজিচি ঠিকা শ্ৰমিক সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে বামপন্থী নেতাজনক শেষ শ্ৰদ্ধাঞ্জলী জনায়।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd