• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা; বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ প্ৰাৰ্থীৰ নামো ঘোষণা

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , March 29, 2019 9:26 pm

1 min read

Untitled-1 copy

বাওফালৰ পৰা ক্ৰমে ববিতা শৰ্মা, শব্দ ৰাম ৰাভা, আবু তাহেৰ বেপাৰী আৰু আব্দুল খালেক

1.2k
VIEWS
Share on FacebookShare on Twitter

জল্পনা-কল্পনাৰ অন্ত পেলাই  কংগ্ৰেছে আজি ঘোষণা কৰে ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।

আজি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ববিতা শৰ্মা, ধুবুৰীত আবু তাহেৰ  বেপাৰী, কোকৰাঝাৰত শব্দ ৰাম ৰাভা আৰু বৰপেটাত আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

উল্লেখযোগ্য যে, গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা

আনহাতে, গুৱাহাটী লোকসভা সমষ্টিত ববিতা শৰ্মাৰ মূল প্ৰতিদ্বন্দ্বী হ’ব পাৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজা। কোকৰাঝাৰ সমষ্টিত ইতিমধ্যে বি পি এফ দলে প্ৰমীলা ৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে লগতে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াইয়ো সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ধুবুৰী সমষ্টিত কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমল আৰু অগপ আৰু মিত্ৰজোঁটৰ সন্মিলিত প্ৰাৰ্থী জাভেদ ইছলামৰ প্ৰবল প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, বৰপেটা সমষ্টিত এতিয়ালৈ অগপ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই যদিও কংগ্ৰেছৰ আব্দুল খালেকৰ বিপৰীতে আছে এ আই য়ু ডি এফৰ সবল প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলাম।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd