• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাহিৰা শক্তিয়ে টলাব নোৱাৰিলে হিমাচল কংগ্ৰেছক! নিৰ্বিঘ্নে নতুন মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীয়ে ল’লে শপত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 11:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ সিদ্ধান্ত অনুসৰিয়েই কংগ্ৰেছৰ সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। তেওঁ ৰাজ্যখনৰ ১৫ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুকেশ অগ্নিহোত্ৰীয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। ৫৮ বছৰীয়া সুখুক দেওবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শপত গ্ৰহণ কৰোৱায়। হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ ঐতিহাসিক ৰিজ গ্ৰাউণ্ডত মুকলি আকাশৰ তলত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।

পূৰ্বতে সুখুৱে হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দেওবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত কাৰ্যালয়ৰ শপত গ্ৰহণ কৰে। দুদিন আগতে, কংগ্ৰেছে পাহাৰীয়া ৰাজ্যখনত বিজেপিৰ পৰা ক্ষমতা দখল কৰিছিল। বিজেপি সভাপতি জগত প্ৰকাশ নাড্ডাৰ ৰাজ্যত গেৰুৱা শিবিৰক কঁকাল পোনাবই নিদিলে কংগ্ৰেছে।

লগতে পঢ়ক: ‘তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্ট’: নীতিশ কুমাৰ

Apply Now

হিমাচল প্ৰদেশৰ ৬৮ জনীয়া বিধানসভাত কংগ্ৰেছে ৪০ খন আসন লাভ কৰিছে। সুখু এই নিৰ্বাচনত দলৰ নিৰ্বাচনী সমিতিৰ মুৰব্বী আছিল। অৱশ্যে, মহাৰাষ্ট্ৰকে ধৰি আন কেইবাখনো ৰাজ্যত বিজেপিয়ে বিৰোধী বিধায়কসকলৰ সৈতে ক্ষমতা দখল কৰিছে। কংগ্ৰেছ নেতৃত্ব আৰম্ভণিৰ পৰাই সতৰ্ক আছিল যাতে হিমাচল প্ৰদেশত এনে ঘটনা নহয়।

আনকি নিৰ্বাচনৰ পূৰ্বে সুখুৰ অনুগামীসকলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম তুলি ধৰাৰ চেষ্টা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰিত্বৰ দৌৰত বিৰোধী নেতা মুকেশ অগ্নিহোত্ৰী আৰু হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙকে ধৰি কেইবাজনো নেতাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে উত্থাপিত হৈছিল।

লগতে পঢ়ক: দেশে দেশে মৃত্যুৰ কিৰিলি! জাম্বিয়াত ৰাস্তাৰ কাষৰ পৰা উদ্ধাৰ ২৭ টা মৃতদেহ

শনিবাৰে দলৰ বৈঠকত কংগ্ৰেছ নেতৃত্ব আৰম্ভণিৰ পৰাই সতৰ্ক আছিল যাতে বিবাদ বৃদ্ধি নহয়। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী পদৰ বাবে সুখুৰ নাম গ্ৰহণ কৰা হৈছিল। প্ৰাক্তন বিৰোধী দলপতি মুকেশ অগ্নিহোত্ৰীৰ নামো উপ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰা হৈছিল। হিমাচল প্ৰদেশৰ দায়িত্বত থকা ৰাজীৱ শুক্লা কংগ্ৰেছ হাইকমাণ্ডৰ হৈ বৈঠকত উপস্থিত আছিল।

হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্য ৰাজনীতিলৈ আহিছে। সুখবিন্দৰ সিং সুখু এজন আইন স্নাতক, দলীয় কৰ্মীসকলৰ মাজত এক জনপ্ৰিয় নাম। সেই কথা মনত ৰাখি কংগ্ৰেছ নেতৃত্বই তেওঁক মুখ্যমন্ত্ৰী পদৰ বাবে বাছনি কৰিছে।

লগতে পঢ়ক: ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’

দেওবাৰে শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু অন্যান্য নেতা উপস্থিত থাকে। শপত লোৱাৰ পিছত সুখুৱে এখন সৎ আৰু স্বচ্ছ চৰকাৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd