• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে পুঁজি লুণ্ঠনৰ চক্ৰান্তৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 5, 2019 8:29 am
34a6b37a-4fed-413d-a38d-9ae0d74599de-1024x618

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদেমল। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ এছ এছ নেতাৰ সহযোগত জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষা মালৱিকা তালুকদাৰে চৰম অৰাজকতা, দুৰ্নীতি আৰু অনিময় কৰাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

দিচপুৰ প্ৰেছ ক্লাৱত দেওবাৰে এখন সংবাদমেল যোগে এই অভিযোগ আনে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতিগৰাকীয়ে।

Apply Now

তেওঁ উল্লেখ কৰে যে, মহাবিদ্যালয় ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তিত দুৰ্নীতি আৰু অনিময়ৰ অভিযোগত বৰ্তমানৰ অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকাৰ সময়তে, তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো মহাবিদ্যালয় খনৰ পুঁজিত জমা হৈ থকা অতিৰিক্ত ৮ কোটি টকা লুণ্ঠনৰ স্বাৰ্থত অধ্যক্ষা গৰাকীৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে।

এই ক্ষেত্ৰত তেওঁক আৰ এছ এছ নেতা হেমন্ত শৰ্মাই সহযোগ কৰা বুলি গগৈয়ে দাবী কৰে।

‘জে বি আইন মহাবিদ্যালয়ত পঞ্জীয়ন নবীকৰণ নথকাৰ সুবিধা লৈ চক্ৰটোৱে সম্পূৰ্ণ ‘গৱৰ্ণিং বডি’ খনক গুৰুত্বহীন কৰি এখন নতুন ‘স্পনচাৰিং কমিটি’ গঠন কৰিছিল। যিটো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে গোচৰ ৰুজু কৰাত মহাবিদ্যালয় খনৰ গৰিষ্ঠ সংখ্যকৰ অনুমোদন নোপোৱাত এই চক্ৰান্তত তেওঁলোক সফল হব নোৱাৰিলে,’’-তেওঁ উল্লেখ কৰে।

আনহাতে, অতি শেহতীয়াকৈ এই চক্ৰটোৰ সৈতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য মেনেজ হৈ পূৰ্বৰ সম্পূৰ্ণ ‘গৱৰ্ণিং বডি’ খন বাতিল কৰি হেমন্ত শৰ্মা নামৰ আৰ এছ এছ নেতাক  মহাবিদ্যালয়খনৰ প্ৰশাসক হিচাপে নিয়োগ কৰে ।

এই আৰ এছ এছ নেতা গৰাকীৰ সহযোগতে ২৯/০৭/২০১৯ তাৰিখে কাৰ্যকাল শেষ হোৱা  অধ্যক্ষা মালৱিকা তালুকদাৰক পুনৰ কাৰ্যকাল বঢ়াই দিয়া হ’ল বুলি তেওঁ উল্লেখ কৰে।

এই গোটেই ঘটনাটোত পাকে প্ৰকাৰে মহাবিদ্যালয় খনৰ জমা হৈ থকা অতিৰিক্ত ৮ কোটি টকা পুঁজি লুণ্ঠনৰ স্বাৰ্থতে অধ্যক্ষা গৰাকীৰ কাৰ্যকাল বঢ়াই দিয়া হ’ল বুলি তেওঁ দাবী কৰে।

সংবাদমেলৰ জৰিয়তে গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিষয়ত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে এই সংক্ৰান্তত প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলক ওলাই আহিবৰ বাবে আহ্বান জনায়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd