• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ শাসনকালত ১৯৩ জন নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ এই পৰ্যন্ত মাত্ৰ দুটা গোচৰ নিষ্পত্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 1:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীল বুলি দাবী কৰা নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশৰ ১৯৩ জন ৰাজনীতিবিদৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ তদন্ত চলাইছিল ইডিয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ১৯৩ গৰাকী ৰাজনীতিবিদৰ ভিতৰত এই পৰ্যন্ত মাত্ৰ দুজন লোকক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পাছতে বিৰোধী শিবিৰে গোচৰৰ অধিকাংশই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছে। তেওঁলোকে কয় যে অভিযোগৰ কোনো তথ্য বা সাক্ষ্য নাই। সেয়েহে তেওঁলোকে আদালতত অভিযোগ প্ৰমাণ কৰিবলৈ  সক্ষম হোৱা নাই।

Apply Now

চিপিএমৰ সাংসদ এ এ ৰহিমৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে যদিও বাকী নেতাসকলৰ বিৰুদ্ধে গোচৰ চলি আছে, তেওঁলোকৰ কোনো এজনকো আদালতে দোষমুক্ত কৰা নাই। বিৰোধীক লক্ষ্য কৰি লোৱাৰ অভিযোগ অস্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইডিয়ে দল, জাতি, ধৰ্মৰ ভিত্তিত গোচৰ ৰুজু নকৰে বুলি উল্লেখ কৰে।

ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে দিয়া হিচাপ অনুসৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত অৰ্থাৎ ২০১৯ৰ পৰা ২০২৪ চনৰ ভিতৰত সৰ্বাধিক সংখ্যক ৰাজনীতিবিদে ইডি তদন্তৰ সন্মুখীন হৈছে। প্ৰত্যেকৰে বিৰুদ্ধে তদন্ত আৰু গোচৰ চলি আছে।

শেহতীয়া তথ্য অনুসৰি ২০১৯-২০ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ২৬ জনকৈ নেতাৰ বিৰুদ্ধে অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত ইডিয়ে গোচৰ ৰুজু কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষত ৩২জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

প্ৰসংগক্ৰমে এই সময়ছোৱাত ইডিয়ে একেটা গোচৰতে দুগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা ছোনিয়া আৰু ৰাহুল গান্ধীক জেৰা কৰিছে। অৱশ্যে আয়কৰ গোচৰত দুয়োজনেই জামিন লাভ কৰে।

বিৰোধীয়ে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে ইডি আৰু চিবিআইয়ে মোদী চৰকাৰৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে কাম কৰি আছে। এই সংস্থাটোৰ জৰিয়তে বিৰোধীক হাৰাশাস্তি কৰা হৈছে।

যদিও এই অভিযোগ পোনপটীয়াকৈ মানি লোৱা হোৱা নাই, তথাপি ইডিৰ তদন্ত আৰু অভিযুক্তৰ জিম্মাত পলম হোৱাৰ বিৰুদ্ধে কেইবাখনো আদালতে এই সন্দৰ্ভত সংস্থা দুটআক জবাবদিহি কৰিছে। আৰু ইডি আইনৰ কিছু ধাৰাও বাতিল কৰিছে আদালতে। কিন্তু বলবৎকাৰী সঞ্চালকালয়ক লৈ অতি আশংকা কমা নাই, কিয়নো আইনখনৰ আটাইতকৈ বিতৰ্কিত অংশটো এতিয়াও বৰ্তি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd